ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজি দিনটোৰ ঘটনা পৰিঘটনা…

১৯৪৯ চনত বেলজিয়ামৰ সংসদীয় নিৰ্বাচনত মহিলাসকলে প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ লাভ কৰে। আজিৰ দিনটোতে বাংলাদেশক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ সম্পূৰ্ণ সদস্যপদ প্ৰদান কৰা হয়। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ ঘটনা পৰিঘটনা।

ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজি দিনটোৰ ঘটনা পৰিঘটনা…

ইতিহাস

Published: 

26 Jun 2025 | 08:50 AM

বহু ঘটনা পৰিঘটনাৰ বাবে আজি ২৬ জুনৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। আজিৰ দিনটোতে প্ৰথম টুথব্ৰাছ নিৰ্মাণ কৰা হয়। আজিৰ দিনটোতে ছান ফ্ৰান্সিস্কোত ৫০খন দেশে ৰাষ্ট্ৰসংঘৰ ঘোষণাপত্ৰত স্বাক্ষৰ কৰে। ১৯৪৯ চনত বেলজিয়ামৰ সংসদীয় নিৰ্বাচনত মহিলাসকলে প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ লাভ কৰে। আজিৰ দিনটোতে বাংলাদেশক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ সম্পূৰ্ণ সদস্যপদ প্ৰদান কৰা হয়। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ ঘটনা পৰিঘটনা।

দিনটোৰ ইতিহাস

  1. ১৪৯৮ চনত চীনত প্ৰথম টুথব্ৰাছ নিৰ্মাণ কৰা হয়। আধুনিক টুথব্ৰাছৰ প্ৰথম মডেলটো চীনৰ ৰজাই পেটেণ্ট কৰিছিল।
  2. ১৭১৪ চনত স্পেইন আৰু নেদাৰলেণ্ডে বাণিজ্য আৰু শান্তি চুক্তি স্বাক্ষৰ কৰে।
  3. ১৯৪৫ চনত ছান ফ্ৰান্সিস্কোত ৫০খন দেশে ৰাষ্ট্ৰসংঘৰ ঘোষণাপত্ৰত স্বাক্ষৰ কৰে।
  4. ১৯৪৯ চনত বেলজিয়ামৰ সংসদীয় নিৰ্বাচনত মহিলাসকলে প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ লাভ কৰে।
  5. ২০০০ চনত বাংলাদেশক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ সম্পূৰ্ণ সদস্যপদ প্ৰদান কৰা হয়।
  6. ২০০৪ চনত পাকিস্তানৰ প্ৰধানমন্ত্ৰী জাফাৰুল্লাহ খান জামালিয়ে পদত্যাগ কৰে।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব