ইতিহাসৰ পাতত লিপিবদ্ধ আজিৰ দিনটোৰ ঘটনা পৰিঘটনা…

আজিৰ দিনটোতে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ভাৰতত প্ৰথম স্বাধীনতা সংগ্ৰাম আৰম্ভ হয় । আজিৰ দিনটোতে বাবৰে তেতিয়াৰ দেশৰ ৰাজধানী আগ্ৰাত প্ৰৱেশ কৰে। ইতিহাসৰ পাতত লুটিয়াই চাওঁ আহক দিনটোৰ ইতিহাস ।

ইতিহাসৰ পাতত লিপিবদ্ধ আজিৰ দিনটোৰ ঘটনা পৰিঘটনা…
Published: 

10 May 2025 | 08:05 AM

দেশ আৰু বিশ্বৰ বহু ঘটনা পৰিঘটনাৰ বাবে আজিৰ ১০ মে’ দিনটোৰ ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে । আজিৰ দিনটোতে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ভাৰতত প্ৰথম স্বাধীনতা সংগ্ৰাম আৰম্ভ হয় । আজিৰ দিনটোতে চুইজাৰলেণ্ডৰ ইউৰোপৰ বাৰ্ন চহৰৰ পৰা ইহুদীসকলক বহিষ্কাৰ কৰা হয়। আজিৰ দিনটোতে বাবৰে তেতিয়াৰ দেশৰ ৰাজধানী আগ্ৰাত প্ৰৱেশ কৰে। ইফালে আজিৰ দিনটোতে ৰাছিয়াৰ বাহিনীয়ে চেক গণৰাজ্যৰ ৰাজধানী প্ৰাগ দখল কৰে। ইতিহাসৰ পাতত লুটিয়াই চাওঁ আহক দিনটোৰ ইতিহাস ।

আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা

  1. ১৪২৭ চনৰ আজিৰ দিনটোতে চুইজাৰলেণ্ডৰ ইউৰোপৰ বাৰ্ন চহৰৰ পৰা ইহুদীসকলক বহিষ্কাৰ কৰা হয়।
  2. ১৫০৩ চনৰ আজিৰ দিনটোতে ইটালীৰ অভিযাত্ৰী আৰু নাৱিক কলম্বাছে কেমেন দ্বীপপুঞ্জ আৱিষ্কাৰ কৰে।
  3. ১৫২৬ চনৰ আজিৰ দিনটোতে বাবৰে তেতিয়াৰ দেশৰ ৰাজধানী আগ্ৰাত প্ৰৱেশ কৰে।
  4. ১৬৫৫ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ বাহিনীয়ে জামাইকা দখল কৰে।
  5. ১৭৯৬ চনৰ আজিৰ দিনটোতে লোডি দলঙৰ যুদ্ধত নেপোলিয়নে অষ্ট্ৰিয়াক পৰাস্ত কৰে ।
  6. ১৮৫৭ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ভাৰতত প্ৰথম স্বাধীনতা সংগ্ৰাম আৰম্ভ হয় ।
  7. ১৯৪৫ চনৰ আজিৰ দিনটোতে ৰাছিয়াৰ বাহিনীয়ে চেক গণৰাজ্যৰ ৰাজধানী প্ৰাগ দখল কৰে।
  8. ১৯৫৯ চনৰ আজিৰ দিনটোতে ছোভিয়েট সৈন্য আফগানিস্তানত উপস্থিত হয়।
  9. ১৯৭২ চনৰ আজিৰ দিনটোতে আমেৰিকাই নেভাদাত পাৰমাণৱিক পৰীক্ষা চলায়।
  10. ১৯৯৩ চনৰ আজিৰ দিনটোতে সন্তোষ যাদৱে দুবাৰকৈ বিশ্বৰ সৰ্বোচ্চ শৃংগ এভাৰেষ্টত উপনীত হোৱা প্ৰথমগৰাকী মহিলা পৰ্বতাৰোহী হিচাপে পৰিগণিত হয়।
  11. ১৯৯৪ চনৰ আজিৰ দিনটোতে বৰ্ণবৈষম্যৰ অন্ত পেলোৱাৰ অভিযানত সমগ্ৰ জীৱন উৎসৰ্গা কৰা নেলছন মেণ্ডেলা দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি হয়।
শীতকালত কোনসকল লোকে দৈ খোৱাটো অনুচিত, খোৱাৰ পূৰ্বে জানি লওক...
শৰীৰত বেয়া কলেষ্টেৰল বৃদ্ধি হ'লে কি ৫টা লক্ষণে দেখা দিয়ে? জানক...
পূৰণ হ'ব সকলো মনৰ ইচ্ছা! এই ৫টা উপায়ে সন্তুষ্ট কৰক হনুমানক...
শীতত এই তিনিবিধ খাদ্য হৈ উঠিব আপোনাৰ হৃদযন্ত্ৰৰ শত্ৰু! বিপদৰ পূৰ্বে চাওক এতিয়াই
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ
কংগ্ৰেছক কটাক্ষ কৰি কি ক'লে মুখ্যমন্ত্ৰীয়ে?
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?