Gold Price Today: এসপ্তাহত সোণৰ মূল্য ১৬৯০ টকা বৃদ্ধি, গুৱাহাটীত আজি কিমান সোণ-ৰূপৰ মূল্য?

Gold Rate Today in India: দেশৰ ভিতৰত সোণৰ মূল্য ঘৰুৱা আৰু বিশ্বব্যাপী উভয় কাৰকৰ দ্বাৰা প্ৰভাৱিত হয়। ১০ আগষ্ট তাৰিখে আপোনাৰ চহৰত ১০ গ্ৰাম ১৮ কেৰেট, ২২ কেৰেট আৰু ২৪ কেৰেট সোণৰ দাম কিমান জানো আহক।

Gold Price Today: এসপ্তাহত সোণৰ মূল্য ১৬৯০ টকা বৃদ্ধি, গুৱাহাটীত আজি কিমান সোণ-ৰূপৰ মূল্য?

গুৱাহাটীত আজি কিমান সোণ-ৰূপৰ মূল্য?

Updated On: 

10 Aug 2025 | 09:49 AM

Gold Rate Today: সোণৰ মূল্য অহৰহ বৃদ্ধি পাই আছে। এসপ্তাহত ২৪ কেৰেট সোণৰ মূল্য ১৬৯০ টকা বৃদ্ধি পাইছে। ৰাজধানী দিল্লীত এতিয়া প্ৰতি ১০ গ্ৰামৰ দাম হৈছে ১০৩১৯০ টকা। ২২ কেৰেট সোণৰ কথা ক’বলৈ গ’লে এসপ্তাহত ১৫৫০ টকালৈ ব্যয়বহুল হৈ পৰিছে। শেহতীয়াকৈ পোহৰলৈ আহিছে, যোৱা ৬ বছৰত দেশত সোণৰ মূল্য ২০০ শতাংশ বৃদ্ধি পাইছে। আজি দেশৰ মুখ্য চহৰত সোণৰ মূল্য কিমান জানো আহক…

  1. দিল্লীত ২৪ কেৰেট সোণৰ দাম প্ৰতি ১০ গ্ৰামত ১০৩১৯০ টকা। ২২ কেৰেটৰ দাম প্ৰতি ১০ গ্ৰামত ৯৪৬০০ টকা
  2. বৰ্তমান মুম্বাই, চেন্নাই আৰু কলকাতাত ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯৪৪৫০ টকা, আনহাতে ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১০৩০৪০ টকা হৈছে।
  3. হায়দৰাবাদত ২২ কেৰেট সোণৰ মূল্য ৯৪৪৫০ টকা, আনহাতে ২৪ কেৰেট সোণৰ মূল্য ১০৩০৪০ টকা হৈছে।
  4. গুড ৰিটাৰ্ণছৰ মতে, গুৱাহাটীত আজি ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ১০,৩০৪ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৯,৪৪৫ টকা আৰু ১৮ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৭,৭২৮ টকা।

ৰূপৰ মূল্য

আন বহুমূলীয়া ধাতুৰ ভিতৰত ৰূপৰ কথা ক’বলৈ গ’লে এসপ্তাহত ইয়াৰ মূল্য ৪০০০ টকা বৃদ্ধি পাইছে। ১০ আগষ্টত ৰূপৰ মূল্য ১১৭০০০ টকা। ৯ আগষ্ট শনিবাৰে ইন্দোৰৰ বুলিয়নৰ বজাৰত ৰূপৰ মূল্য ১০০ টকা বৃদ্ধি পাই প্ৰতি কেজিত ৰূপৰ মূল্য ১১৬৫০০ টকা হয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...