Gold Price Today: অলংকাৰ ক্ৰয়ৰ কথা ভাবিছে যদি চাওক আজি গুৱাহাটীত সোণৰ দাম কিমান

আজি সোণ-ৰূপৰ মূল্যই আচৰিত কৰিব আপোনাক। সোণ-ৰূপৰ মূল্যত আহিছে ডাঙৰ পৰিৱৰ্তন। ২০২৫ চনৰ ২৩ আগষ্ট তাৰিখে আপোনাৰ চহৰত ১০ গ্ৰাম ১৮ কেৰেট, ২২ কেৰেট আৰু ২৪ কেৰেট সোণৰ দাম কিমান জানো আহক।

Gold Price Today: অলংকাৰ ক্ৰয়ৰ কথা ভাবিছে যদি চাওক আজি গুৱাহাটীত সোণৰ দাম কিমান

অলংকাৰ ক্ৰয়ৰ কথা ভাবিছে নেকি?

Updated On: 

23 Aug 2025 | 10:05 AM

পুনৰ সোণ-ৰূপৰ মূল্য পুনৰ পৰিৱৰ্তন। একেৰাহে কেইবাদিনো হ্ৰাস পোৱাৰ পিছত পুনৰ বৃদ্ধি পালে দাম। ইণ্ডিয়া বুলিয়ন এণ্ড জুৱেলাৰ্ছ এছ’চিয়েশ্যন(IBJA)ৰ ৱেবছাইট অনুসৰি শুকুৰবাৰে বজাৰ বন্ধ হোৱাৰ সময়লৈকে ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯৯৩৫৮ টকালৈ বৃদ্ধি পোৱাৰ বিপৰীতে ৰূপৰ মূল্য প্ৰতি কেজিত ১১৩৯৩১ টকা হয়।

শনিবাৰ আৰু দেওবাৰে বজাৰ বন্ধ, দুয়োটা দিনতে একেই থাকিব এই হাৰ। আৰু জানি লওক ২৪, ২২ আৰু ১৮ কেৰেট সোণৰ শেহতীয়া মূল্য জানক।

আজি ভাৰতত আজি ২৪ কেৰেট প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৯৯৩৫৮ টকা, ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত ৯১০১২ টকা,
১৮ কেৰেট প্ৰতি ১০ গ্ৰামত ৭৪৫১৯ টকা। গুড ৰিটাৰ্ণছৰ তথ্যনুসৰি ভাৰতত আজি ৰূপৰ মূল্য ১১৮.১০ প্ৰতি গ্ৰামত আৰু ১,১৮,১০০ প্ৰতি কিলোগ্ৰাম।

গুড ৰিটাৰ্ণছৰ তথ্যনুসৰি আজি গুৱাহাটীত সোণ-ৰূপৰ মূল্য জানো আহক…

আজি গুৱাহাটীত ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামত ১০,০৫২ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৯,২১৪ টকা আৰু ১৮ কেৰেট সোণৰ (৯৯৯ সোণ বুলিও কোৱা হয়) প্ৰতি গ্ৰামত ৭,৫৩৯ টকা। আজি গুৱাহাটীত ৰূপৰ মূল্য ১১৮.১০ প্ৰতি গ্ৰাম আৰু ১,১৮,১০০ প্ৰতি কিলোগ্ৰামত।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...