Gold Price Today: আকৌ কমিল সোণৰ দাম! গুৱাহাটীত আজি সোণ-ৰূপ কিনিব গ'লে কিমান টকা ভৰিব লাগিব আপুনি? | What is the price of gold and silver in Guwahati on 12 may, know in details Assam news - Assam Tv9

Gold Price Today: আকৌ কমিল সোণৰ দাম! গুৱাহাটীত আজি সোণ-ৰূপ কিনিব গ’লে কিমান টকা ভৰিব লাগিব আপুনি?

trishna-kalita
Updated On: 

12 May 2025 12:07 PM

Gold and Silver Rate Guwahati: বিগত কেইবামাহ ধৰি সোণৰ দামত বহু পৰিৱৰ্তন হোৱা দেখা গৈছে। দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯৭,০৩০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮৮,৯৫০ টকা। আজি গুৱাহাটীৰ বজাৰত সোণ আৰু ৰূপৰ দৰৰ সবিশেষ জানো আহক...

1 / 5আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯৬,৮৮০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম  ৮৮,৮০০  টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ৯৭,৯০০ টকাত বিক্ৰী হৈছে।

আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯৬,৮৮০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮৮,৮০০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ৯৭,৯০০ টকাত বিক্ৰী হৈছে।

2 / 5দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯৭,০৩০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮৮,৯৫০  টকা। আজি দিল্লীত প্ৰতি কিলোগ্ৰাম ৰূপ ৯৭,৯০০ টকাত বিক্ৰী হৈছে।

দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯৭,০৩০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮৮,৯৫০ টকা। আজি দিল্লীত প্ৰতি কিলোগ্ৰাম ৰূপ ৯৭,৯০০ টকাত বিক্ৰী হৈছে।

3 / 5ইফালে গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৯,৬৬৩ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৮,৮৮০ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৭,২৬৬ টকা হৈছে।

ইফালে গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৯,৬৬৩ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৮,৮৮০ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৭,২৬৬ টকা হৈছে।

4 / 5

আজি গুৱাহাটীত ১৮ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৭২,৬৬০ টকা। ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৮৮,৮০০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯৬,৮৮০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে।

5 / 5

গুৱাহাটীৰ বজাৰত দাম কমিল ৰূপৰ। আজি গুৱাহাটীত ৰূপৰ দাম প্ৰতি গ্ৰামত ৯৭.৯০ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম ৰূপৰ দাম হৈছে ৯৭,৯০০ টকা।

ব্ৰেকফাষ্ট নকৰাকৈয়ে আৰম্ভ কৰে নেকি দিনটো? সাৱধান, এই ভুলৰ ফলত দেহত হ’ব পাৰে ৫টা চিন্তনীয় সমস্যা
কৰ্মস্থলীত কেনেকৈ সক্ৰিয় হৈ থাকিব পাৰি? অফিচৰ সময়ত অহা টোপনিৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় জানক
চিংৰা দেখিলেই ওলায় লোভৰ পানী, পিছে লোভ সম্বৰণ নকৰিলেই এইসকল লোকৰ হ’ব বিপদ
নাগ পঞ্চমীৰ দিনটোত এই ৪ টা কাম ভুলতেও নকৰিব...