আজি দেওবাৰৰ দিনটোত গুৱাহাটীত সোণ-ৰূপৰ মূল্য কিমান ? চাওক... | Today Gold and Silver Prices on January 25 Assam news - Assam Tv9

আজি দেওবাৰৰ দিনটোত গুৱাহাটীত সোণ-ৰূপৰ মূল্য কিমান ? চাওক…

Updated On: 

25 Jan 2026 | 10:11 AM

আজিৰ দিনটোত সোণ-ৰূপৰ মূল্য কোনো পৰিৱৰ্তন হোৱা নাই যদিও যোৱা কেইদিনত ইয়াৰ মূল্য বৃহৎ হাৰত বৃদ্ধি পোৱা দেখা গৈছে। আজিৰ দিনটোত সোণ-ৰূপৰ মূল্য কিমান ? চাওঁ আহক।

1 / 5আজি ২৫ জানুৱাৰী, দেওবাৰ। আজি এই বন্ধৰ দিনটোত সোণ-ৰূপৰ মূল্যত কোনো পৰিৱৰ্তন হোৱা নাই। আজি দেওবাৰে দেশৰ বজাৰত ২৪ কেৰেট সোণৰ মূল্য প্ৰতিগ্ৰামত ১৬,০২৬ টকা, ২২ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ১৪,৬৯০ টকা, ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ১২,০১৯ টকা।

আজি ২৫ জানুৱাৰী, দেওবাৰ। আজি এই বন্ধৰ দিনটোত সোণ-ৰূপৰ মূল্যত কোনো পৰিৱৰ্তন হোৱা নাই। আজি দেওবাৰে দেশৰ বজাৰত ২৪ কেৰেট সোণৰ মূল্য প্ৰতিগ্ৰামত ১৬,০২৬ টকা, ২২ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ১৪,৬৯০ টকা, ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ১২,০১৯ টকা।

2 / 5

গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি, গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,৬০,২৬০ টকা। ১০০ গ্ৰামৰ মূল্য হৈছে ১৬,০২,৬০০ টকা।

3 / 5

২২ কেৰেট সোণৰ ১০ গ্ৰামৰ মূল্য হৈছে ১,৪৬,৯০০ টকা। ১০০ গ্ৰামৰ সোণৰ মূল্য হৈছে ১৪,৬৯,০০০ টকা।

4 / 5

আজিৰ দিনটোত ১৮ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য হৈছে ১,২০,১৯০ টকা। ১০০ গ্ৰামৰ মূল্য হৈছে-১২,০১,৯০০ টকা।

5 / 5

আজিৰ দিনটোত ৰূপৰ মূল্যও কোনো পৰিৱৰ্তন হোৱা নাই। প্ৰতি ১০০ গ্ৰাম ৰূপৰ মূল্য হৈছে ৩৩,৫০০ টকা। ১০০০ গ্ৰামৰ মূল্য হৈছে ৩,৩৫,০০০ টকা।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...