বেয়া দিনৰ মাজেৰে ৰটন টাটা ! ৰাতিটোৰ ভিতৰতে লোকচান ৬২,৭০৭ কোটি টকা | Ratan Tata Made a Record of Loss Three Companies Lost rs 62707 Crore Assam news - Assam Tv9

Ratan Tata: বেয়া দিনৰ মাজেৰে ৰটন টাটা ! ৰাতিটোৰ ভিতৰতে তিনিটা কোম্পানীৰ ৬২,৭০৭ কোটি টকা লোকচান

Published: 

03 Aug 2024 | 07:33 PM

টাটা গ্ৰুপৰ তিনিটা বৃহৎ কোম্পানীৰ ভিতৰত অন্যতম টিচিএছ, টাটা মটৰ্ছ আৰু টাটা ষ্টীলৰ শ্বেয়াৰ তীব্ৰভাৱে হ্ৰাস পাইছে। কোম্পানী তিনিটাৰ মাৰ্কেট কেপত মুঠ লোকচান ৬২ হাজাৰ ৭০৭ কোটি টকা।

1 / 7ৰতন টাটা দেশৰ অন্যতম উদ্যোগপতি। মানৱ সেৱাৰ বাবে ৰটন টাটা আৰু তেওঁ কোম্পানীক সকলোৱে জানে ।

ৰতন টাটা দেশৰ অন্যতম উদ্যোগপতি। মানৱ সেৱাৰ বাবে ৰটন টাটা আৰু তেওঁ কোম্পানীক সকলোৱে জানে ।

2 / 7

তীখাৰ পৰা নিমখলৈকে, তথ্য প্ৰযুক্তিৰ পৰা গাড়ীলৈকে টাটা গ্ৰুপৰ একাধিক ব্যৱসায় আছে।

3 / 7

কিন্তু এতিয়া টাটা গ্ৰুপে বেয়া সময়ৰ মাজেৰে পাৰ কৰিছে। ইয়াৰ বেছিভাগ কোম্পানীৰে শ্বেয়াৰৰ মূল্য হ্ৰাস পাইছে।

4 / 7

টাটা গ্ৰুপৰ তিনিটা বৃহৎ কোম্পানীৰ ভিতৰত অন্যতম টিচিএছ, টাটা মটৰ্ছ আৰু টাটা ষ্টীলৰ শ্বেয়াৰ তীব্ৰভাৱে হ্ৰাস পাইছে। কোম্পানী তিনিটাৰ মাৰ্কেট কেপত মুঠ লোকচান ৬২ হাজাৰ ৭০৭ কোটি টকা।

5 / 7

শুকুৰবাৰে দেশৰ অন্যতম বৃহৎ আই টি কোম্পানী টি চি এছৰ শ্বেয়াৰ ২.৫৬ শতাংশ হ্ৰাস পাইছে। ফলত টিচিএছৰ মাৰ্কেট কেপত ৪০ হাজাৰ ৭৯৪ কোটি টকা লোকচান হৈছে।

6 / 7

টাটা মটৰছৰ শ্বেয়াৰো ৪.১৭ শতাংশ হ্ৰাস পাইছে। টাটা মটৰ্ছৰ মাৰ্কেট কেপত ১৫,৮৫৮ কোটি টকা লোকচান হৈছে।

7 / 7

টাটা ষ্টীলৰ শ্বেয়াৰো ২.৯৭ শতাংশ হ্ৰাস পাইছে। ইয়াৰ বাবে লোকচান হৈছে ৬ হাজাৰ ৫৪ কোটি টকা।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...