ব্যৱসায় কৰি কোটি কোটি উপাৰ্জন ধোনীৰ, কেনেকৈ জানেনে ? | Mahendra Singh Dhoni Earning Crores Of Rs From Business Assam news - Assam Tv9

কুকুৰা বিক্ৰী কৰে ধোনীয়ে ! ব্যৱসায় কৰি কোটি কোটি উপাৰ্জন ধোনীৰ, কেনেকৈ জানেনে ?

Published: 

08 Jul 2024 | 07:03 PM

Mahendra Singh Dhoni Business : ভাৰতী ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ সিং ধোনীয়ে কৰে বিশেষ ব্যৱসায়। তেওঁৰ এখন বিশাল হাঁহ-কুকুৰাৰ পাম আছে। ব্যৱসায় কৰি উপাৰ্জন কৰে কোটি কোটি টকা !

1 / 8ভাৰতীয় ক্ৰিকেটৰ উজ্জ্বল অধ্যায়বোৰৰ আলোচনা কৰোতে এটা নাম নোলোৱাকে কোনেও নাথাকে । তেওঁ হৈছে মহেন্দ্ৰ সিং ধোনী ।

ভাৰতীয় ক্ৰিকেটৰ উজ্জ্বল অধ্যায়বোৰৰ আলোচনা কৰোতে এটা নাম নোলোৱাকে কোনেও নাথাকে । তেওঁ হৈছে মহেন্দ্ৰ সিং ধোনী ।

2 / 8

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক। চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক আছিল মহেন্দ্ৰ সিং ধোনী।

3 / 8

কিন্তু ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছতো ধোনী বহি থকা নাই। তেওঁৰ কেইবাটাও ব্যৱসায় আছে। আপুনি জানেনে ধোনীয়ে কেনেকৈ প্ৰতিমাহে কোটি কোটি টকা উপাৰ্জন কৰে?

4 / 8

ধোনীয়ে কেইবাটাও ব্যৱসায় কৰে । ঝাৰখণ্ডৰ বাসিন্দাগৰাকীয়ে নিজ ৰাজ্যতে কেইবাটাও ব্যৱসায় সম্প্ৰসাৰণ কৰিছে। বিখ্যাত কাপোৰৰ ব্ৰেণ্ড চেভেনৰ মালিক ধোনী।কেৱল এই ব্ৰেণ্ডৰ পৰাই বছৰি প্ৰায় কোটি কোটি টকা উপাৰ্জন হয়।

5 / 8

ৰাঁচীত মাহি ৰেচিডেন্সি নামৰ হোটেল এখনো আছে ধোনীৰ। এই হোটেলখন Airbnb, Oyo, Make My Trip ৰ পৰা বুকিং কৰিব পাৰি।

6 / 8

ধোনী ফিটনেছৰ প্ৰতি অতি আগ্ৰহী। ধোনী স্পৰ্টছফিট নামত তেওঁৰ একাধিক জিম আছে। সমগ্ৰ দেশতে ২০০ৰো অধিক জিম আছে

7 / 8

প্ৰাক্তন অধিনায়কগৰাকীৰ এক বিশেষ ব্যৱসায় আছে। তেওঁৰ এখন বিশাল হাঁহ-কুকুৰাৰ পাম আছে।

8 / 8

ধোনী এই পামখনত কৰকনাথ বেছি সংখ্য কুকুৰা আছে । আন কুকুৰাৰ তুলনাত কৰকানাথ কুকুৰাৰ দাম বহু বেছি। এটা কণী ৫০ টকাত বিক্ৰী হয়। কৰকনাথৰ কুকুৰাৰ মাংসৰ দাম প্ৰতি কেজিত ১০০০ টকা।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...