Personal Loan: মৃত ব্যক্তিৰ ঋণ পৰিশোধ কৰিব লাগেনে? সবিশেষ জানক…

Personal Loan: নিৰ্ধাৰিত সূত অনুসৰিয়ে মানুহে ঋণ পৰিশোধ কৰিব লাগে। কিন্তু যদি এজন ব্যক্তিয়ে ঋণ লয় আৰু পৰিশোধ কৰাৰ আগতে মৃত্যুবৰণ কৰে, বেংকে কাৰ পৰা সেই ঋণৰ টকা ঘূৰাই ল'ব? নে ঋণৰ পৰিমাণৰ ক্ষমা কৰা হ'ব? আপোনাৰ মনলৈও হয়তো কেতিয়াবা এই প্ৰশ্ন আহিছে। গতিকে এই প্ৰতিবেদনৰ জৰিয়তে সবিশেষ তথ্য জানো আহক..

Personal Loan: মৃত ব্যক্তিৰ ঋণ পৰিশোধ কৰিব লাগেনে? সবিশেষ জানক...

মৃত্যু হোৱা ব্যক্তিৰ ঋণ কোনে পৰিশোধ কৰে?

Published: 

05 Feb 2025 | 02:34 PM

বৰ্তমান সময়ত EMI বা বেংকৰ পৰা ঋণ নোলোৱা লোকৰ সংখ্যা হয়তো খুবেই কম। বিশেষজ্ঞসকলৰ মতে বৰ্ধিত দাম আৰু বিলাসী জীৱন যাপন কৰা মানসিকতাই সাধাৰণ লোকসকলক ঋণৰ দিশে ঠেলি দিছে। বাহন ক্ৰয়, ঘৰ নিৰ্মাণকে ধৰি বহু কামৰ বাবে মানুহে ঋণ লোৱা দেখা যায় এক জৰীপ অনুসৰি, বৰ্তমান ভাৰতৰ ৬৭ শতাংশ লোকে তেওঁলোকৰ প্ৰয়োজনীয়তা বা ৰুচি পূৰণ কৰিবলৈ EMI বা ব্যক্তিগত ঋণ লয়।

নিৰ্ধাৰিত সূত অনুসৰিয়ে মানুহে ঋণ পৰিশোধ কৰিব লাগে। কিন্তু যদি এজন ব্যক্তিয়ে ঋণ লয় আৰু পৰিশোধ কৰাৰ আগতে মৃত্যুবৰণ কৰে, বেংকে কাৰ পৰা সেই ঋণৰ টকা ঘূৰাই ল’ব? নে ঋণৰ পৰিমাণৰ ক্ষমা কৰা হ’ব? আপোনাৰ মনলৈও হয়তো কেতিয়াবা এই প্ৰশ্ন আহিছে। গতিকে এই প্ৰতিবেদনৰ জৰিয়তে সবিশেষ তথ্য জানো আহক..

আপুনি হয়তো এই কথা জানে যে, কোনেও বিচাৰিলে ঋণ ল’ব নোৱাৰে। সঠিক সূতৰ হাৰত ঋণ লাভ কৰিবলৈ, আপোনাক এক ভাল চিবিল নম্বৰৰ প্ৰয়োজন। কিন্তু কি চিবিল স্ক’ৰ?যিদৰে ভাৰতৰ কোনেও নিজৰ ইচ্ছা অনুযায়ী ঋণ ল’ব নোৱাৰে, একেদৰে সকলোৱে ঋণ লওঁতাক এই স্ক’ৰ দিব নোৱাৰে। এই স্ক’ৰ জাৰী কৰা মূল কোম্পানীটো হৈছে ক্ৰেডিট ইনফৰ্মেচন ব্যুৰো (ইণ্ডিয়া) লিমিটেড।

এই নম্বৰৰ ওপৰত ভিত্তি কৰি এজন ব্যক্তিয়ে ঋণ দিয়া বা নিদিয়া সিদ্ধান্ত গ্ৰহণ কৰা হয়। ঋণ লওঁতাই ঋণৰ পৰিমাণ পৰিশোধ কৰাত যিমানে পলম কৰিব, সিমানেই চিবিল স্ক’ৰ কম হয়। চিবিল স্ক’ৰ ৩০০ৰ পৰা ৯০০ৰ ভিতৰত থাকে। বিশেষজ্ঞসকলৰ মতে, সকলো সময়তে কমেও ৭৫০ চিবিল স্ক’ৰ অব্যাহত ৰাখিব লাগে।

এতিয়া জানো আহক মৃত ব্যক্তিৰ ঋণ কেনেদৰে পৰিশোধ কৰা হয়? কিছুমান বিশেষ ক্ষেত্ৰত, ঋণৰ পৰিমাণ মৃত ঋণ লওঁতাৰ পৰিয়াল বা সম্পত্তি নিলামৰ জৰিয়তে পৰিশোধ কৰা হয়। কিন্তু নিয়ম অনুসৰি, যদি ঋণ লোৱাৰ পিছত যদি এজন ব্যক্তিৰ মৃত্যু হয়, ঋণদাতাই তেওঁৰ সম্পত্তি নিলাম কৰিব নোৱাৰে বা পৰিয়ালৰ পৰা ঋণৰ টকা ঘূৰাই ল’ব নোৱাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...