Gold-Silver Price: নৱবৰ্ষৰ পূৰ্বে হ্ৰাস নে বৃদ্ধি সোণৰ মূল্য? ক্ৰয় কৰাৰ পূৰ্বে জানক সঠিক মূল্য

মুম্বাইতো প্ৰতি ১০ গ্ৰামৰ দাম ১.৪০ লাখ টকা অতিক্ৰম কৰিছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণৰ স্পট মূল্য প্ৰতি আউন্সত ৪৫৩০.৪২ ডলাৰৰ নতুন শিখৰত উপনীত হৈছে। চলিত বৰ্ষৰ এই পৰ্যন্ত ঘৰুৱা বজাৰত সোণৰ হাৰ ৮০.২৪ শতাংশ শক্তিশালী হৈছে। আৰু অধিক লাভৰ আশা কৰা হৈছে।

Gold-Silver Price: নৱবৰ্ষৰ পূৰ্বে হ্ৰাস নে বৃদ্ধি সোণৰ মূল্য? ক্ৰয় কৰাৰ পূৰ্বে জানক সঠিক মূল্য
Updated On: 

27 Dec 2025 | 09:45 AM

Gold Rate Today: দেশত ক্ৰমাৎ বৃদ্ধি পাইছে সোণৰ মূল্য। ২৭ ডিচেম্বৰৰ পুৱা ৰাজধানী দিল্লীত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১৪০,১৮০ টকালৈ বৃদ্ধি পায়। মুম্বাইতো প্ৰতি ১০ গ্ৰামৰ দাম ১.৪০ লাখ টকা অতিক্ৰম কৰিছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণৰ স্পট মূল্য প্ৰতি আউন্সত ৪৫৩০.৪২ ডলাৰৰ নতুন শিখৰত উপনীত হৈছে। চলিত বৰ্ষৰ এই পৰ্যন্ত ঘৰুৱা বজাৰত সোণৰ হাৰ ৮০.২৪ শতাংশ শক্তিশালী হৈছে। আৰু অধিক লাভৰ আশা কৰা হৈছে।

সোণৰ মূল্য জানক

  1. আজি দিল্লীত ২৪ কেৰেট সোণৰগ মূল্য প্ৰতি ১০ গ্ৰামত ১৪০,১৮০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১২৮,৫১০ টকা।
  2. বৰ্তমান মুম্বাই, চেন্নাই আৰু কলকাতাত ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১২৮৩৬০ টকা, আনহাতে ২৪ কেৰেট সোণৰ মূল্য ১৪০০০৩ টকা।
  3. পুনে আৰু বেংগালুৰুত ২৪ কেৰেট সোণৰ দাম ১৪০০০৩ টকা আৰু ২২ কেৰেট সোণৰ দাম প্ৰতি ১০ গ্ৰামত ১২৮৩৬০ টকা।
  4. গুড ৰিটাৰ্ণছৰ তথ্যনুসৰি গুৱাহাটীত আজি সোণৰ মূল্য আজি গুৱাহাটীত সোণৰ মূল্য ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰাম ১৪,১২২, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰাম ১২,৯৪৫ টকা আৰু ১৮ কেৰেট সোণৰ (৯৯৯ সোণ বুলিও কোৱা হয়) ১০,৫৯২ টকা।

ৰূপৰ দাম

সোণৰ দৰে ৰূপৰ মূল্যও ২৭ ডিচেম্বৰত বৃদ্ধি পালে। আজি গুৱাহাটীত ৰূপৰ মূল্য ২৫১ টকা আৰু প্ৰতি কিলোগ্ৰাম ২,৫১,০০০ টকা। প্ৰতি কিলোগ্ৰামৰ দাম ২৪০,১০০ হৈছে। চলিত বৰ্ষৰ এই পৰ্যন্ত ঘৰুৱা বজাৰত ৰূপৰ মূল্য ১৬৩.৫ শতাংশ বৃদ্ধি পাইছে। বিদেশী বজাৰত ৰূপৰ স্পট মূল্যই নতুন অভিলেখ সৃষ্টি কৰিছে প্ৰতি আউন্সত ৭৫.৬৩ ডলাৰ। শক্তিশালী ঔদ্যোগিক চাহিদা, নিৰাপদ আশ্ৰয়স্থল ক্ৰয়, আৰু বিশ্বব্যাপী যোগানৰ অবিৰত নাটনি ইয়াৰ আঁৰৰ মূল কাৰক।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব