পুনৰ দাম হ্ৰাস! জানক গুৱাহাটীত আজি কিমান টকাত বিক্ৰী হৈছে সোণ…

আজি ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৭৯০৩.৩ টকা। যিয়ে ৬০০ টকা হ্ৰাসক প্ৰতিফলিত কৰিছে। একেদৰে ২২কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৫৫০ টকা হ্ৰাস হৈ ৭২৪৬.৩ টকা হৈছে। ইফালে ৰূপৰ দাম প্ৰতি কিলোগ্ৰামত ৩২০০ টকা হ্ৰাস হৈ ৯৬৫০০ টকা ব্যৱসায় কৰি আছে ।

পুনৰ দাম হ্ৰাস! জানক গুৱাহাটীত আজি কিমান টকাত বিক্ৰী হৈছে সোণ...

গুৱাহাটীত আজি কিমান টকাত বিক্ৰী হৈছে সোণ?

Updated On: 

14 Dec 2024 16:52 PM

Today Gold Rate: শনিবাৰৰ দিনটোত দেশত হ্ৰাস পাইছে সোণৰ দাম। আজি ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৭৯০৩.৩ টকা। যিয়ে ৬০০ টকা হ্ৰাসক প্ৰতিফলিত কৰিছে। একেদৰে ২২কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৫৫০ টকা হ্ৰাস হৈ ৭২৪৬.৩ টকা হৈছে। ইফালে ৰূপৰ দাম প্ৰতি কিলোগ্ৰামত ৩২০০ টকা হ্ৰাস হৈ ৯৬৫০০ টকা ব্যৱসায় কৰি আছে ।

দেশৰ বিভিন্ন চহৰত সোণ-ৰূপৰ দাম

দিল্লী: দিল্লীত আজি সোণৰ দাম প্ৰতি ১০ গ্ৰামত ৭৯,০৩৩ টকা । শুকুৰবাৰে ১০ গ্ৰামত সোণৰ দাম আছিল ৭৮,৬৫৩ টকা আৰু যোৱা সপ্তাহৰ ৮ তাৰিখে ১০ গ্ৰাম সোণৰ দাম আছিল ৭৭,৭৯৩ টকা। ইফালে আজি দিল্লীত ৰূপৰ দাম প্ৰতি কিগ্ৰা ৯৬,৫০০ টকা। কালি ৰূপৰ মূল্য আছিল ৯৮,৫০০ টকা আৰু যোৱা সপ্তাহত ৮ তাৰিখে ৰূপৰ মূল্য আছিল ৯৫,১০০ টকা প্ৰতি কিগ্ৰা।

চেন্নাই: চেন্নাইত আজি সোণৰ দাম প্ৰতি ১০ গ্ৰামত ৭৮,৮৮১ টকা । শুকুৰবাৰে ১০ গ্ৰামত সোণৰ দাম আছিল ৭৯,৫০১ টকা আৰু যোৱা সপ্তাহৰ ৮ তাৰিখে ১০ গ্ৰাম সোণৰ দাম আছিল ৭৭,৬৪১ টকা। ইফালে আজি চেন্নাইত ৰূপৰ দাম প্ৰতি কিগ্ৰা ১০৩৬০০ টকা। কালি ৰূপৰ মূল্য আছিল ১০৫৬০০ টকা আৰু যোৱা সপ্তাহত ৮ তাৰিখে ৰূপৰ মূল্য আছিল ১০২৭০০ টকা প্ৰতি কিগ্ৰা।

মুম্বাই: মুম্বাইত আজি সোণৰ দাম প্ৰতি ১০ গ্ৰামত ৭৮,৮৮৭ টকা । শুকুৰবাৰে ১০ গ্ৰামত সোণৰ দাম আছিল ৭৯,৫০৭ টকা আৰু যোৱা সপ্তাহৰ ৮ তাৰিখে ১০ গ্ৰাম সোণৰ দাম আছিল ৭৭,৬৪৭ টকা। ইফালে আজি মুম্বাইত ৰূপৰ দাম প্ৰতি কিগ্ৰা ৯৫,৮০০ টকা। কালি ৰূপৰ মূল্য আছিল ৯৭,৮০০ টকা আৰু যোৱা সপ্তাহত ৮ তাৰিখে ৰূপৰ মূল্য আছিল ৯৪,৪০০ টকা প্ৰতি কিগ্ৰা।

কলকাতা: আজি কলকাতাত সোণৰ দাম প্ৰতি ১০ গ্ৰামত ৭৮,৮৮৫ টকা । শুকুৰবাৰে ১০ গ্ৰামত সোণৰ দাম আছিল ৭৯,৫০৫ টকা আৰু যোৱা সপ্তাহৰ ৮ তাৰিখে ১০ গ্ৰাম সোণৰ দাম আছিল ৭৭,৬৪৫ টকা। ইফালে আজি কলকাতাত ৰূপৰ দাম প্ৰতি কিগ্ৰা ৯৭,৩০০ টকা। কালি ৰূপৰ মূল্য আছিল ৯৯,৩০০ টকা আৰু যোৱা সপ্তাহত ২ তাৰিখে ৰূপৰ মূল্য আছিল ৯৫,৯০০ টকা প্ৰতি কিগ্ৰা।

গুৱাহাটীত সোণ-ৰূপৰ দাম কিমান?

আজি গুৱাহাটীত ১০ গ্ৰাম ২২ কেৰেট সোণৰ দাম ৭৩, ২০০ টকা আৰু ২৪ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৭৬,৮৬০টকা। গুৱাহাটীত আজি প্ৰতি গ্ৰাম ২২ কেৰেট সোণৰ দাম সোণৰ দাম  ৭৩২০ টকা।  একেদৰে প্ৰতি গ্ৰাম ২৪ কেৰেট  সোণৰ দাম ৭,৬৮৬ টকা। ইফালে  আজি গুৱাহাটীত ৰূপৰ দাম প্ৰতি কিগ্ৰা ১ লাখ টকাত বিক্ৰী হৈছে।

সোণ আৰু ৰূপৰ দামত প্ৰভাৱ  পেলোৱা কাৰক

সোণ আৰু ৰূপৰ মূল্য বিভিন্ন কাৰকৰ দ্বাৰা প্ৰভাৱিত হয়। সেইবোৰৰ ভিতৰত হ’ল  মুখ্য জুৱেলাৰৰ ইনপুট,  সোণৰ বিশ্বব্যাপী চাহিদা, মুদ্ৰাৰ তাৰতম্য, সূতৰ হাৰ, আৰু চৰকাৰী নীতিৰ দৰে উপাদানবোৰে দামৰ ক্ষেত্ৰত ভূমিকা পালন কৰে। ইয়াৰ উপৰিও, আন্তৰ্জাতিক কাৰক যেনে গোলকীয় অৰ্থনীতিৰ অৱস্থা আৰু অন্যান্য মুদ্ৰাৰ বিপৰীতে আমেৰিকান ডলাৰৰ শক্তিয়েও ভাৰতীয় বজাৰত সোণৰ হাৰৰ ওপৰত প্ৰভাৱ পেলায়।

দিনত শোৱাৰ অভ্যাস আছে নেকি? ই আপোনাৰ স্বাস্থ্যৰ ওপৰত কেনে প্ৰভাৱ পেলায় জানক...
খাদ্যৰ সৈতে অতিৰিক্ত কেঁচা নিমখ খালে কি হ’ব পাৰে জানেনে? জানিলে আজিয়েই বাদ দিব এনে অভ্যাস
কেৱল কাহ নহয়, হাঁওফাঁওৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক পৰ্যায়ত এইসমূহ লক্ষণ দেখা যায়...
দশমীৰ পাছতেই কপাল ফুলিব এই ৩ ৰাশিৰ লোকৰ...