Gold Rate Today: আজি বজাৰত কিমান হ্ৰাস পালে সোণ-ৰূপৰ দাম? জানক গুৱাহাটীত সোণৰ দৰ…

শনিবাৰৰ তুলনাৰ দেওবাৰে আকৌ  হ্ৰাস পালে সোণৰ দাম । বজাৰত বিভিন্ন কাৰকৰ বাবে সোণ-ৰূপৰ দামত উত্থান পতন হোৱা দেখা যায়। আজি দেশত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৭৭৭৯.৩ টকা, যি কালিৰ দিনটোতকৈ ২৮০ টকা হ্ৰাস পাইছে। একেদৰে ২২ কেৰেট সোণৰ দাম ২৬০ টকা হ্ৰাস হৈ  প্ৰতি গ্ৰামত ৭১৩২.৩ টকা হৈছে।

Gold Rate Today: আজি বজাৰত কিমান হ্ৰাস পালে সোণ-ৰূপৰ দাম? জানক গুৱাহাটীত সোণৰ দৰ...

সোণ-ৰূপৰ দাম

Updated On: 

08 Dec 2024 | 04:15 PM

Gold Rate Today:  আজি ৮ ডিচেম্বৰ দেওবাৰ।  শনিবাৰৰ তুলনাৰ দেওবাৰে আকৌ  হ্ৰাস পালে সোণৰ দাম । বজাৰত বিভিন্ন কাৰকৰ বাবে সোণ-ৰূপৰ দামত উত্থান পতন হোৱা দেখা যায়। আজি দেশত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৭৭৭৯.৩ টকা, যি কালিৰ দিনটোতকৈ ২৮০ টকা হ্ৰাস পাইছে। একেদৰে ২২ কেৰেট সোণৰ দাম ২৬০ টকা হ্ৰাস হৈ  প্ৰতি গ্ৰামত ৭১৩২.৩ টকা হৈছে।

যোৱা সপ্তাহত ২৪ কেৰেট সোণৰ মূল্যৰ তাৰতম্যৰ ৰেকৰ্ড হৈছে  ০.১২% । আনহাতে যোৱা মাহত ২৪ কেৰেট সোণৰ মূল্যৰ পৰিৱৰ্তন হৈছে ১.৮৭%। ইফালে ভাৰতত বৰ্তমান ৰূপৰ দাম হৈছে প্ৰতি কিলোগ্ৰামত ৯৫০০০ টকা যি প্ৰতি কিলোগ্ৰামত ১০০ টকা হ্ৰাস হোৱাক প্ৰতিফলিত কৰে। জানো আহক দেশৰ ডাঙৰ ডাঙৰ চহৰ দিল্লী, গুৱাহাটী, মুম্বাই, চেন্নাই, কলকাতা আদিত সোণৰ দাম কিমান?

দেশৰ বিভিন্ন চহৰত সোণ-ৰূপৰ দাম

দিল্লী: দিল্লীত আজি সোণৰ দাম প্ৰতি ১০ গ্ৰামত ৭৭,৭৯৩ টকা । শনিবাৰে ১০ গ্ৰামত সোণৰ দাম আছিল ৭৮,০৭৩ টকা আৰু যোৱা সপ্তাহৰ ২ তাৰিখে ১০ গ্ৰাম সোণৰ দাম আছিল ৭৮,১৬৩  টকা। ইফালে আজি দিল্লীত ৰূপৰ দাম প্ৰতি কিগ্ৰা ৯৫,১০০ টকা। কালি ৰূপৰ মূল্য আছিল ৯৫,২০০ টকা আৰু যোৱা সপ্তাহত ২ তাৰিখে ৰূপৰ মূল্য আছিল ৯৪,৫০০ টকা প্ৰতি কিগ্ৰা।

চেন্নাই: চেন্নাইত আজি সোণৰ দাম প্ৰতি ১০ গ্ৰামত ৭৭,৬৪১ টকা । শনিবাৰে ১০ গ্ৰামত সোণৰ দাম আছিল ৭৭,৯২১ টকা আৰু যোৱা সপ্তাহৰ ২ তাৰিখে ১০ গ্ৰাম সোণৰ দাম আছিল ৭৮,০১১  টকা। ইফালে আজি চেন্নাইত ৰূপৰ দাম প্ৰতি কিগ্ৰা ১০২৭০০ টকা। কালি ৰূপৰ মূল্য আছিল ১০৩৮০০ টকা আৰু যোৱা সপ্তাহত ২ তাৰিখে ৰূপৰ মূল্য আছিল ১০২৬০০ টকা প্ৰতি কিগ্ৰা।

মুম্বাই:  মুম্বাইত আজি সোণৰ দাম প্ৰতি ১০ গ্ৰামত ৭৭,৬৪৭ টকা । শনিবাৰে ১০ গ্ৰামত সোণৰ দাম আছিল ৭৭,৯২৭ টকা আৰু যোৱা সপ্তাহৰ ২ তাৰিখে ১০ গ্ৰাম সোণৰ দাম আছিল ৭৮,০১৭  টকা। ইফালে আজি মুম্বাইত ৰূপৰ দাম প্ৰতি কিগ্ৰা ৯৪,৪০০ টকা। কালি ৰূপৰ মূল্য আছিল ৯৪,৫০০ টকা আৰু যোৱা সপ্তাহত ২ তাৰিখে ৰূপৰ মূল্য আছিল ৯৩,৮০০ টকা প্ৰতি কিগ্ৰা।

কলকাতা: আজি কলকাতাত সোণৰ দাম প্ৰতি ১০ গ্ৰামত ৭৭,৬৪৫ টকা । শনিবাৰে ১০ গ্ৰামত সোণৰ দাম আছিল ৭৭,৯২৫ টকা আৰু যোৱা সপ্তাহৰ ২ তাৰিখে ১০ গ্ৰাম সোণৰ দাম আছিল ৭৮,০১৫  টকা। ইফালে আজি মুম্বাইত ৰূপৰ দাম প্ৰতি কিগ্ৰা ৯৫,৯০০ টকা। কালি ৰূপৰ মূল্য আছিল ৯৬,০০০ টকা আৰু যোৱা সপ্তাহত ২ তাৰিখে ৰূপৰ মূল্য আছিল ৯৫,৩০০ টকা প্ৰতি কিগ্ৰা।

গুৱাহাটীত সোণ-ৰূপৰ দাম কিমান?

আজি গুৱাহাটীত ১০ গ্ৰাম ২২ কেৰেট সোণৰ দাম ৭২,৯৫০ টকা আৰু ২৪ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৭৬৬০০টকা। গুৱাহাটীত আজি প্ৰতি গ্ৰাম সোণৰ দাম  ৭২৯৫ টকা।  আজি গুৱাহাটীত সোণৰ দামৰ বিশেষ পৰিৱৰ্তন হোৱা নাই। ইফালে  আজি গুৱাহাটীত ৰূপৰ দাম প্ৰতি কিগ্ৰা ১ লাখ টকাত বিক্ৰী হৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...