পুনৰ বৃদ্ধি পালে সোণৰ মূল্য…আজিৰ দিনটোত প্ৰতি গ্ৰাম সোণ-ৰূপৰ মূল্য কিমান ? জানক

আজিৰ দিনটোত সোণৰ দাম পুনৰ বৃদ্ধি পোৱাৰ পৰিলক্ষিত হৈছে । আজি ভাৰতত ২২ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য হৈছে ৭০,৮১০ টকা। যোৱা মঙলবাৰে ইয়াৰ মূল্য আছিল ৭০,৮০০ টকা। অৰ্থাৎ আজিৰ দিনটোৰ ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১০ টকা বৃদ্ধি পোৱা দেখা গৈছে । ভাৰতত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৭৭,২৩০ টকা। যোৱা মঙলবাৰে ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৭৭,২২০ টকা আছিল ।

পুনৰ বৃদ্ধি পালে সোণৰ মূল্য...আজিৰ দিনটোত প্ৰতি গ্ৰাম সোণ-ৰূপৰ মূল্য কিমান ? জানক

গুৱাহাটীত কিমান হৈছে সোণ-ৰূপৰ মূল্য?

Updated On: 

20 Nov 2024 | 09:27 AM

যোৱা কিছু দিন ধৰি দেশত সোণ-ৰূপৰ দাম উঠা-নমা হৈছে আছে । আজিৰ দিনটোত সোণৰ দাম পুনৰ বৃদ্ধি পোৱাৰ পৰিলক্ষিত হৈছে । গুড ৰিৰ্টানচৰ তথ্য অনুসৰি, আজি ভাৰতত ২২ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য হৈছে ৭০,৮১০ টকা। যোৱা মঙলবাৰে ইয়াৰ মূল্য আছিল ৭০,৮০০ টকা। অৰ্থাৎ আজিৰ দিনটোৰ ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১০ টকা বৃদ্ধি পোৱা দেখা গৈছে ।

একেদৰে আজিৰ দিনটোৰ ভাৰতত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৭৭,২৩০ টকা। যোৱা মঙলবাৰে ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৭৭,২২০ টকা আছিল । ইফালে আজিৰ দিনটোত ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৭,০৮১ টকা হোৱা দেখা গৈছে । একেদৰে ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৭,৭৩২ টকা।

ইফালে আজিৰ দিনটোত ৰূপ মূল্যও বৃদ্ধি পোৱা দেখা গৈছে । আজিৰ দিনটোত ৰূপৰ প্ৰতি গ্ৰামৰ মূল্য হৈছে ৯১.৬০ টকা । যোৱা মঙলবাৰৰ দিনটোত প্ৰতি গ্ৰাম ৰূপৰ মূল্য আছিল ৯১.৫০ টকা । একেদৰে প্ৰতি কেজি ৰূপৰ মূল্য আজি দিনটোত ৯১,৬০০ টকা হোৱা দেখা গৈছে । মঙলবাৰে দিনটোৰ ৰূপৰ প্ৰতি কেজিৰ দাম আছিল ৯১,৫০০ । ৰূপৰ মূল্যত প্ৰতি কেজিত ১০০ টকা বৃদ্ধি পোৱা দেখা গৈছে ।

আজি গুৱাহাটীত সোণ-ৰূপৰ দাম কিমান ?

আজিৰ দিনটোত গুৱাহাটী ত২২ কেৰেট সোণৰ প্ৰতি গ্ৰামৰ মূল্য হৈছে ৭,০৬৬ টকা । যোৱা কালি ইয়াৰ মূল্য আছিল ৭,০৬৫ টকা । একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য হৈছে ৭০,৬৬০ টকা । যোৱা কালি ইয়াৰ মূল্য আছিল ৭০,৬৫০ টকা । একেদৰে গুৱাহাটী ২৪ কেৰেট সোণৰ মূল্য আজিৰ দিনটোত প্ৰতি গ্ৰামত ৭,৭০৮ হোৱা দেখা গৈছে । যোৱা কালি ইয়াৰ মূল্য আছিল ৭,৭০৭ টকা ।

ইয়াৰ সমান্তৰালভাৱে ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৭৭,০৮০ টকা হোৱা দেখা গৈছে । যোৱা কালি ইয়াৰ মূল্য আছিল ৭৭,০৭০ টকা । উল্লেখ্য যে, গুৱাহাটীত ৰূপৰ মূল্য ওপৰত উল্লেখ কৰা মূল্যৰ সৈতে একে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...