Gold Price Today: সোণ কিনাৰ পৰিকল্পনা কৰিছে নেকি? জানক আজি গুৱাহাটীৰ বজাৰত সোণৰ দাম…

ব্যৱসায়ীসকলৰ মতে, সোণ আৰু ৰূপৰ দাম বৃদ্ধিৰ কাৰণ হৈছে আন্তৰ্জাতিক বজাৰত এক শক্তিশালী প্ৰৱণতা আৰু ঘৰুৱা চাহিদা বৃদ্ধি। ইয়াৰ উপৰিও, মঙলবাৰে টকাৰ মূল্য প্ৰতি ডলাৰত ৫ পইচা হ্ৰাস হৈ ৮৫.৭৩ হয়। একে সময়তে, খাৰুৱা তেলৰ উচ্চ মূল্য আৰু বাহিৰৰ বিদেশী পুঁজিয়ে ইয়াৰ মূল্যৰ ওপৰত চাপ সৃষ্টি কৰিছে।

Gold Price Today:  সোণ কিনাৰ পৰিকল্পনা কৰিছে নেকি? জানক আজি গুৱাহাটীৰ বজাৰত সোণৰ দাম...

Gold Jwellery Unspalsh One (1)

Updated On: 

08 Jan 2025 11:51 AM

আজি দেশৰ বজাৰত ২৪ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৭৮,৭০০ টকা। একেদৰে ২২ কেৰেট সোণ ১০ গ্ৰামত ৭২,১৪০ টকাত বিক্ৰী হৈছে। ভাৰতত আজি ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৭৮৮২ টকা। দেশত আজি ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৭২২৫ টকা হৈছে। ইফালে আজি দাম প্ৰতি কিলোগ্ৰামত ৯১,৪০০ টকা।

জানুৱাৰী ৮ তাৰিখে  দিল্লীত ২৪ কেৰেটৰ সোণৰ দাম হৈছে  বাবে ৭৮,৮৮৫/১০ গ্ৰাম। ইফালে ২২ কেৰেটৰ বাবে ৭২,১৪০/১০ গ্ৰাম বিক্ৰী হৈছে। ৮ জানুৱাৰীত দিল্লীত ৰূপৰ দাম  ৯০,৪০০ টকা/কিলোগ্ৰাম।

মুম্বাইত আজি সোণৰ দাম ৭৮,৭০০/১০ গ্ৰাম। জানুৱাৰী ৭ তাৰিখে সোণ ৭৮,৭০০/১০ গ্ৰামত উপলব্ধ আছিল। ৮ জানুৱাৰীত মুম্বাইত ৰূপৰ দাম ৯১,৪০০ টকা/কিলোগ্ৰাম। আনহাতে মঙলবাৰৰ দিনটোত ইয়াৰ দাম আছিল ৯১,৫০০ টকা/কিলোগ্ৰাম।

কলকাতাত আজি সোণৰ দাম৭৮,৭০০/১০ গ্ৰাম, আজি। একেদৰে ২২ কেৰেট সোণ ৭২,১৪০/১০ গ্ৰামত বিক্ৰী হৈছে। আজি কলকাতাত ৰূপৰ দাম ৯০,৪০০ টকা/কিলোগ্ৰাম।

৮ জানুৱাৰীত চেন্নাইত ২৪ কেৰেট সোণৰ দাম ৭৮,৭০০/১০ গ্ৰাম টকা। একেদৰে ২২ কেৰেটৰ দাম ৭২,১৪০/১০ গ্ৰাম। আজি ৮ জানুৱাৰীত চেন্নাইত ৰূপৰ দাম ৯৮,৯০০ টকা/কিলোগ্ৰাম।

গুৱাহাটীত সোণ-ৰূপৰ দাম

গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি গুৱাহাটীত ১০ গ্ৰাম ২২ কেৰেট সোণ ৭২, ২৫০ টকা আৰু ২৪ কেৰেট ১০ গ্ৰাম সোণ ৭৮,৮২০ টকাত বিক্ৰী হৈছে। গুৱাহাটীত আজি প্ৰতি গ্ৰাম ২২ কেৰেট সোণৰ দাম সোণৰ দাম ৭২২৫ টকা। একেদৰে প্ৰতি গ্ৰাম ২৪ কেৰেট সোণৰ দাম ৭৮৮২ টকা। ইফালে আজি গুৱাহাটীত ৰূপৰ দাম প্ৰতি কি: গ্ৰাম ৯২,৫০০ টকা হৈছে।

দাম বৃদ্ধিৰ কাৰণ

ব্যৱসায়ীসকলৰ মতে, সোণ আৰু ৰূপৰ দাম বৃদ্ধিৰ কাৰণ হৈছে আন্তৰ্জাতিক বজাৰত এক শক্তিশালী প্ৰৱণতা আৰু ঘৰুৱা চাহিদা বৃদ্ধি। ইয়াৰ উপৰিও, মঙলবাৰে টকাৰ মূল্য প্ৰতি ডলাৰত ৫ পইচা হ্ৰাস হৈ ৮৫.৭৩ হয়। একে সময়তে, খাৰুৱা তেলৰ উচ্চ মূল্য আৰু বাহিৰৰ বিদেশী পুঁজিয়ে ইয়াৰ মূল্যৰ ওপৰত চাপ সৃষ্টি কৰিছে।

আন্তৰ্জাতিক বজাৰৰ প্ৰভাৱ

কোমেক্সত সোণ 0.28% বৃদ্ধি হৈ ২,৬৫৪.৯০ আমেৰিকান ডলাৰ প্ৰতি আউন্স হয়। ৰূপৰ ক্ষেত্ৰত ০.৭৩ শতাংশ বৃদ্ধি হৈ প্ৰতি আউন্সত ৩০.৮১ আমেৰিকান ডলাৰ হৈছে।

অনবৰতে হামিয়াই থকাটো কিহৰ লক্ষণ জানেনে?
শিৱক অৰ্পন কৰক এই বস্তু! পূৰণ হ'ব মনৰ সকলো কামনা...
শাওনৰ সোমবাৰত ভুলতো নকৰিব এই কাম! শিৱ হ'ব অসন্তুষ্ট...
ডিম্বাশয়ত কৰ্কট ৰোগ হ'লে প্ৰথমতে দেখা দিয়ে এইসমূহ লক্ষণ! আওকান নকৰিব