শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
নাৰেংগী সেনা শিবিৰত বন্যহস্তীৰ আক্ৰমণত আহত দুজন শ্ৰমিক

নাৰেংগী সেনা শিবিৰত বন্যহস্তীৰ আক্ৰমণত আহত দুজন শ্ৰমিক

manas-borah
Manas Borah | Published: 30 Dec 2025 19:49 PM

নাৰেংগী সেনা শিবিৰত পুনৰ বন্যহস্তীৰ সন্ত্ৰাস। আৰ্মী স্কুলৰ সন্মুখৰ লেবাৰ কেম্পত বন্যহস্তীৰ আক্ৰমণ। বন্যহস্তীয়ে আক্ৰমণ কৰি শ্ৰমিকৰ ঘৰ লণ্ডভণ্ড কৰে।

নাৰেংগী সেনা শিবিৰত পুনৰ বন্যহস্তীৰ সন্ত্ৰাস। আৰ্মী স্কুলৰ সন্মুখৰ লেবাৰ কেম্পত বন্যহস্তীৰ আক্ৰমণ। বন্যহস্তীয়ে আক্ৰমণ কৰি শ্ৰমিকৰ ঘৰ লণ্ডভণ্ড কৰে। অস্থায়ী শ্ৰমিকৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰি হাতীয়ে ভাত, চাউল খাই বিস্তৰ ক্ষতি সাধন কৰে। হাতীৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ দৌৰি পলাবলৈ গৈ দুই শ্ৰমিক নলাত পৰি গুৰুতৰভাৱে আহত হয়। সতীৰ্থ শ্ৰমিকে আহত শ্ৰমিক দুজনক জি এম চি এইচ লৈ যায়। আহত শ্ৰমিক দুজন হৈছে ধুবুৰীৰ বিলাসীপাৰাৰ জেহেৰুল ইছলাম আৰু আব্দুল আহমেদ।