হিন্দুসকলক সন্তান জন্ম দিয়াৰ হাৰ বৃদ্ধি কৰাৰ বাবে আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয় যে, জন্ম দিয়াৰ প্ৰক্ৰিয়াৰ হাৰ মুছলমানৰ বেছি। হিন্দুসকলৰ মাজত কমি কমি গৈ আছে। গতিকে পাৰ্থক্য আছে। এজন সন্তানত নাথাকিব। ২জন দিব অন্তত। তিনিটাও সন্মান জন্ম দিব পাৰে। আমি মুছলমানসকলক কওঁ যে ৭-৮ টা সন্তান জন্ম দিব নালাগে। কিন্তু হিন্দুসকলে ৩ টাও দিব পাৰে। অন্যথা ঘৰ চোৱা মানুহ নাথাকিব।