আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব বিজেপিয়ে? এই সন্দৰ্ভত সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয়, "ফেব্ৰুৱাৰী মাহৰ প্ৰথম বা দ্বিতীয় সপ্তাহত প্ৰাৰ্থী ঘোষণা কৰিম"।