মোলাই কাঠনিত সংঘটিত অগ্নিকাণ্ড সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী প্ৰকাশ মুখ্যমন্ত্ৰীৰ। তেওঁ কয়, "এই বিষয়ে আমাৰ চৰকাৰৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে পৰিয়ালৰ সৈতে কথা পাতিছে। আমি সকলো ঠিক কৰি দিম। কোনো অসুবিধা নাই।"