প্ৰধানমন্ত্ৰীৰ নেতৃত্বত আজি অসমীয়াই আকাশ চুইছে: মুখ্যমন্ত্ৰী

| Dec 21, 2025 | 5:16 PM

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়,  "আমি এদিন কৈছো যদি সুবিধা পায় তেন্তে অসমীয়াই আকাশ চুব পাৰে। কিন্তু প্ৰধানমন্ত্ৰীয়ে প্ৰমাণ কৰি দিলে অসমীয়াই আকাশ চুব পাৰে নহয় , অসমীয়াই আকাশ চুবই। আজি প্ৰধানমন্ত্ৰীৰ নেতৃত্বত অসমীয়াই আকাশ চুইছে। "

আজি নামৰূপত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তেওঁ অসম ভেলী ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেডৰ এমোনিয়া-ইউৰিয়া প্ৰকল্পৰ ভূমি পূজন অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ অন্তত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, আজি অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক ডাঙৰ দিন। নামৰূপ আৰু ডিব্ৰুগড়ৰ বহু প্ৰত্যাশিত সপোন বাস্তৱায়িত হৈছে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়,  “আমি এদিন কৈছো যদি সুবিধা পায় তেন্তে অসমীয়াই আকাশ চুব পাৰে। কিন্তু প্ৰধানমন্ত্ৰীয়ে প্ৰমাণ কৰি দিলে অসমীয়াই আকাশ চুব পাৰে নহয় , অসমীয়াই আকাশ চুবই। আজি প্ৰধানমন্ত্ৰীৰ নেতৃত্বত অসমীয়াই আকাশ চুইছে। ”

সবিশেষ ভিডিঅ’ত চাওক…