শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
চৰ্চাত মেছিৰ বিলাসী বিমান, আছে এনে ৰাজকীয় সা-সুবিধা

চৰ্চাত মেছিৰ বিলাসী বিমান, আছে এনে ৰাজকীয় সা-সুবিধা

monjit-dutta
Monjit Dutta | Published: 15 Dec 2025 18:13 PM

জীৱন্ত কিংবদন্তিত পৰিণত হোৱা তাৰকা ফুটবলাৰগৰাকী এখন ব্যক্তিগত বিমানেৰে ভাৰতত উপস্থিত হৈছে। মেছিৰ এই নিজা প্ৰাইভেট জেটখন হৈছে গাল্ফ’ষ্ট্ৰিম ভি (Gulfstream V)। এতিয়া মেছিৰ এই বিমানখনক লৈও যথেষ্ট চৰ্চা হোৱা পৰিলক্ষিত হৈছে।

তিনিদিনীয়া সূচীৰে ভাৰত ভ্ৰমণৰত ফুটবল বিশ্বৰ অবিসম্বাদী সম্ৰাট লিঅ’নেল মেছি। এই ভ্ৰমণৰ প্ৰথম দুটা দিনত ইতিমধ্যে তেওঁ কলকাতা, হায়দৰাবাদ আৰু মুম্বাই ভ্ৰমণ কৰিছে। আজি তেওঁ উপস্থিত থাকিব দেশৰ ৰাজধানী দিল্লীত। মেছিক এই ভ্ৰমণত তেওঁৰ দুই সতীৰ্থ ক্ৰমে উৰুগুৱেৰ কিংবদন্তি তাৰকা লুইছ ছুৱাৰেজ আৰু আৰ্জেণ্টিনাৰে ৰড্ৰিগো ডি পলেও সংগ দিছে। নিশ্চিতভাৱে ফুটবল ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ তাৰকা হিচাপে খ্যাতি লাভ কৰা মেছিৰ এই ভ্ৰমণ দেশৰ ফুটবল অনুৰাগীসকলৰ বাবে হৈ পৰিছে ঐতিহাসিক ক্ষণ।

জীৱন্ত কিংবদন্তিত পৰিণত হোৱা তাৰকা ফুটবলাৰগৰাকী এখন ব্যক্তিগত বিমানেৰে ভাৰতত উপস্থিত হৈছে। মেছিৰ এই নিজা প্ৰাইভেট জেটখন হৈছে গাল্ফ’ষ্ট্ৰিম ভি (Gulfstream V)। এতিয়া মেছিৰ এই বিমানখনক লৈও যথেষ্ট চৰ্চা হোৱা পৰিলক্ষিত হৈছে। এই বিষয়ে জানিবলৈ চাওক ভিডিঅ’…