তিনি দিনৰ ভ্ৰমণসূচীৰে আজি ভাৰতত উপস্থিত হৈ মেছি। এই সময়চোৱাত তেওঁ কলকাতাত নিজৰেই প্ৰতিমূৰ্তি উন্মোচন কৰে। তেওঁ ৭০ ফুট ওখ প্ৰতিমূৰ্তি উদ্বোধন কৰে। ইয়াৰ পিছতে তেওঁ কলকাতাৰ বিখ্যাত ছল্ট লেক ষ্টেডিয়ামত উপস্থিত হয়। এই তিনি দিনৰ ভ্ৰমণসূচীত মেছিয়ে ৪ খন ঠাই ভ্ৰমণ কৰিব। সেই কেইখন- কলকাতা, নতুন দিল্লী, মুম্বাই আৰু হায়দৰাবাদ। আজি প্ৰথম দিনা তেওঁ কলকাতাত উপস্থিত হৈ প্ৰতিমূৰ্তি উন্মোচন কৰে।