শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
EPFO: লাভ নকৰে PF ৰ ধন! যদি কৰা নাই এই কাম...

EPFO: লাভ নকৰে PF ৰ ধন! যদি কৰা নাই এই কাম…

barasha-sarma
Barasha Sarma | Published: 04 Dec 2025 21:05 PM

EPFO: শেহতীয়াকৈ ই পি এফ অ'ই এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছিল। গতিকে আপুনি যদি আধাৰ কাৰ্ডৰ সৈতে ইউ এ এন সংযোগ কৰা নাই তেন্তে সমস্যা আহিব পাৰে। লাভ নকৰিব পাৰে পি এফৰ ধন।

আপুনি আধাৰ কাৰ্ডৰ সৈতে ইউ এ এন (UAN) সংযোগ কৰিছে নে নাই? যদি কৰা নাই তেন্তে সমস্যা আহিব পাৰে। কিয়নো শেহতীয়াকৈ ই পি এফ অ’ (EPFO)ই এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰ কৰিছিল। জাৰি কৰা নিৰ্দেশনা অনুসৰি, যদি আধাৰৰ সৈতে ইউ এ এন সংযোগ নকৰে তেন্তে পি এফৰ ধন লাভ কৰাৰ ক্ষেত্ৰত সমস্যা আহিব পাৰে। ইয়াৰোপৰি এই ক্ষেত্ৰত ইয়াৰ সময়সীমা আৰু বৃদ্ধি কৰা নহয়। ৩১ অক্টোবৰ আছিল সময়সীমা। গতিকে ভৱিষ্যতে ইয়াৰ সময়সীয়া বৃদ্ধি কৰাৰ কোনো সম্ভাৱনা নাই।

যদি আপুনি এই সংযোগ এতিয়ালৈকে কৰা নাই তেন্তে এই ক্ষেত্ৰত আপুনি কাম কৰা কোম্পানীৰ এইচ আৰৰ সৈতে যোগাযোগ কৰিব পাৰে। অন্যথা জমা নহ’ব পাৰে পি এফ (PF)ৰ ধন।

সবিশেষৰ বাবে চাওক ভিডিঅ’…