কংগ্ৰেছ আৰু বিৰোধী মানে কোন? ক'ত আছে মানুহ তেওঁলোকৰ মানুহ? বি টি চিত নিৰ্বাচন হৈ গ'ল। আসন পালে নেকি? ভোট পালে নেকি? এইবোৰ নাম সাংবাদিকৰ মাজত প্ৰচলিত। কিন্তু জনতাৰ মাজত নাই। উল্লেখ্য যে, সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিৰোধিক কটাক্ষ কৰি এই মন্তব্য কৰে শৰ্মাই। তেওঁ এই সময়চোৱাত বিটিচিত হৈ যোৱা আন্দোলন সন্দৰ্ভতো মত প্ৰকাশ কৰে। শৰ্মাই কয় যে, প্ৰতিবেদন ভালদৰে পঢ়া নাছিল।