জুবিন গাৰ্গৰ সহযোগী শেখৰজ্যোতি গোস্বামীক গ্ৰেপ্তাৰ, ছিংগাপুত জুবিন গাৰ্গৰ সৈতে আছিল শেখৰ | zubeen's musician Shekharjyoti Goswami has been arrested Assam news - Assam Tv9

জুবিন গাৰ্গৰ সহযোগী শেখৰজ্যোতি গোস্বামীক গ্ৰেপ্তাৰ, ছিংগাপুত জুবিন গাৰ্গৰ সৈতে আছিল শেখৰ

Updated On: 

25 Sep 2025 16:40 PM

অৱশেষত শেখৰজ্যোতি গোস্বামী গ্ৰেপ্তাৰ। ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে আছিল শেখৰ। জুবিনৰ মৃত্যুৰ পিছতে সকলোৱে শেখৰক গ্ৰেপ্তাৰ কৰাৰ বাবে দাবী জনাইছিল।

1 / 5সকলোকে কন্দুৱাই চিৰ বিদায় ল’লে জুবিন গাৰ্গে। অনুৰাগীক কন্দুৱাই নীৰৱে শুই পৰিল। জুবিনৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে ঘটনাৰ সৈতে নাম সাঙোৰ খাইছিল সহযোগী শেখৰৰ।

সকলোকে কন্দুৱাই চিৰ বিদায় ল’লে জুবিন গাৰ্গে। অনুৰাগীক কন্দুৱাই নীৰৱে শুই পৰিল। জুবিনৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে ঘটনাৰ সৈতে নাম সাঙোৰ খাইছিল সহযোগী শেখৰৰ।

2 / 5

অৱশেষত শেখৰজ্যোতি গোস্বামী গ্ৰেপ্তাৰ। ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে আছিল শেখৰ। জুবিনৰ মৃত্যুৰ পিছতে সকলোৱে শেখৰক গ্ৰেপ্তাৰ কৰাৰ বাবে দাবী জনাইছিল।

3 / 5

গুৱাহাটী মহানগৰীৰ গাড়ীগাওঁ Forest school সমীপৰ পৰা গ্ৰপ্তাৰ শেখৰ গোস্বামী।

4 / 5

শেখৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে সামাজিক মাধ্যমত আৰু বাকী কেইজনক অতি সোনকালেই গ্ৰেপ্তাৰ কৰিব লাগে বুলি দাবী উত্থাপন হৈছে।

5 / 5

উল্লেখ্য যে, জুবিনৰ নশ্বৰ দেহৰ সৈতে অসমলৈ ঘূৰি আহি জুবিনৰ মৃত্যুৰ সন্দৰ্ভত বহু বিস্ফোৰক মন্তব্য কৰিছিল। জুবিন ওঠ আৰু ভৰি নীলা পৰা বুলি জানিবলৈ দিছিল শেখৰে।

জীৱনৰ ২৪তম জন্মদিন উদযাপন ৰিয়ানৰ, জানেনে তেওঁৰ নামত থকা অভিলেখসমূহৰ বিষয়ে
মা লক্ষ্মীৰ আগমনৰ পূৰ্বে দেখা দিয়ে এইসমূহ সংকেত! জানক সকলো...
ফেটি লিভাৰৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় কি ? এই সমস্যা থকাসকলৰ বাবে ৭ টা পৰামৰ্শ
চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিবলৈ খাওক এইসমূহ শাক-পাচলি...