Zubeen Garg: জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত, গুৱাহাটীৰ পৰা পাঠশালা অভিমুখী আছিল বাহনখন | Zubeen Garg's musical team vehicle met with an accident, several instrumentalists were seriously injured in the accident Assam news - Assam Tv9

Zubeen Garg: জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত, গুৱাহাটীৰ পৰা পাঠশালা অভিমুখী আছিল বাহনখন

Updated On: 

18 Apr 2025 | 09:52 PM

ভয়ংকৰ দুৰ্ঘটনাত পতিত জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰীৰ বাহন। পাঠশালালৈ অনুষ্ঠানৰ বাবে গৈ আছিল দলটো। চাংসাৰিৰ চৌকি গেট ফ্লাই অভাৰত সংঘটিত হৈছে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত কেইবাজনো বাদ্যযন্ত্ৰী।

1 / 5ৰঙালীৰ আনন্দৰ মাজতে আহিছে এক দুখবৰ! দুৰ্ঘটনাত পতিত জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰীৰ বাহন।

ৰঙালীৰ আনন্দৰ মাজতে আহিছে এক দুখবৰ! দুৰ্ঘটনাত পতিত জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰীৰ বাহন।

2 / 5

গুৱাহাটীৰ পৰা পাঠশালালৈ অনুষ্ঠানৰ বাবে গৈ আছিল দলটো। চাংসাৰিৰ চৌকীগে’ট উৰণ সেতুত সংঘটিত হয় এই দুৰ্ঘটনা।

3 / 5

এই দুৰ্ঘটনাত কেইবাজনো শিল্পী আঘাতপ্ৰাপ্ত হৈছে। আঘাতপ্ৰাপ্ত বাদ্যযন্ত্ৰীক নাৰায়না চিকিৎসালয়ত ভৰ্তি।

4 / 5

দুৰ্ঘটনাত পতিত বাহনখন আছিল এখন ইনোভা বাহন। তথ্যনুসৰি এই দুৰ্ঘটনাত কোনো প্ৰাণহানি হোৱা নাই।

5 / 5

উল্লেখ্য যে, সেই বাহনখনত নাছিল হাৰ্টথ্ৰ'ৱ জুবিন গাৰ্গ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...