Zubeen garg: চকু মেলা, সাৰ পোৱা…জুবিনক শেষবাৰৰ বাবে চাবলৈ সৰুসজাইত লাখ লাখ অনুৰাগী…
Zubeen garg death: সকলোফালে এতিয়া এটাই চৰ্চা, মৰমৰ জুবিন আৰু নাই। জুবিনক হেৰুৱাই ভাগৰি পৰিছে লাখ লাখ অনুৰাগী। অসমীয়াই দেখিছে আচৰিত দৃশ্য। যি দৃশ্য বহু বছৰলৈ নেদেখিব অসমে।
1 / 5

2 / 5
3 / 5
4 / 5
5 / 5