Zubeen Garg last rites: মঙলবাৰে কিমান সময়ত আৰু কেনেদৰে হ'ব জুবিন গাৰ্গৰ শেষকৃত্য? | Zubeen Garg last rites: Know date time and place of Zubeen Garg cremation details in Assamese Assam news - Assam Tv9

Zubeen Garg last rites: মঙলবাৰে কিমান সময়ত আৰু কেনেদৰে হ’ব জুবিন গাৰ্গৰ শেষকৃত্য?

Updated On: 

24 Sep 2025 13:07 PM

Zubeen Garg last rites: মঙলবাৰে অনুষ্ঠিত হ'ব অসমীয়াৰ বুকুৰ আপোন শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া। তাৰ পূৰ্বে কৰা হ'ব মৰণোত্তৰ পৰীক্ষা। চাওক কেতিয়া ক'ত হ'ব জুবিন গাৰ্গৰ শেষকৃত্য।

1 / 8মঙলবাৰে পঞ্চভূতত বিলীন হ'ব অসমীয়াৰ প্ৰাণৰ আপোন শিল্পী জুবিন গাৰ্গ। সোণাপুৰৰ কমাৰকুছিৰ হাতীমূৰাত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ইতিমধ্যে সাজু কৰা হৈছে সমাধিক্ষেত্ৰ।

মঙলবাৰে পঞ্চভূতত বিলীন হ'ব অসমীয়াৰ প্ৰাণৰ আপোন শিল্পী জুবিন গাৰ্গ। সোণাপুৰৰ কমাৰকুছিৰ হাতীমূৰাত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ইতিমধ্যে সাজু কৰা হৈছে সমাধিক্ষেত্ৰ।

2 / 8

ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য কৰা হ'ব জুবিন গাৰ্গৰ। শেষকৃত্যৰ স্থানত একেলগে প্ৰায় ৬ হাজাৰ মানুহ সমবেত হ'ব পাৰিব। ইতিমধ্যে সকলো ব্যৱস্থা সাজু কৰি তুলিছে চৰকাৰ তথা প্ৰশাসনে।

3 / 8

মঙলবাৰে পঞ্চভূতত বিলীন হ'ব অসমীয়াৰ প্ৰাণৰ আপোন শিল্পী জুবিন গাৰ্গ। সোণাপুৰৰ কমাৰকুছিৰ হাতীমূৰাত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ইতিমধ্যে সাজু কৰা হৈছে সমাধিক্ষেত্ৰ।

4 / 8

5 / 8

6 / 8

7 / 8

8 / 8

এই ৫টা অভ্যাসে মানুহক কৰি তোলে দৰিদ্ৰ! জানক সকলো...
পেটৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি, জানক চিকিৎসকৰ পৰা...
কেৱল জয়ৰ নায়কেই নহয়, যুৱৰাজ সিঙক অতিক্ৰম কৰি অনন্য কৃতিত্ব অক্ষৰ পেটেলৰ
অমিতা খায় ভাল পায় নেকি? অমিতাৰ এই গুণৰ বিষয়ে জানি হ'ব আচৰিত!