Zubeen garg last journey: ভগ্নী জংকিৰ কাষলৈ জুবিন... শেষ বাৰ চাবলৈ হাজাৰ হাজাৰ অনুৰাগীৰ ভিৰ | zubeen garg last journey with flower decorated vehicle amid huge crowd Assam news - Assam Tv9

Zubeen garg last journey: ভগ্নী জংকিৰ কাষলৈ জুবিন… শেষ বাৰ চাবলৈ হাজাৰ হাজাৰ অনুৰাগীৰ ভিৰ

Updated On: 

21 Sep 2025 | 09:07 AM

বিদায় জুবিন... কোনেও আশা নকৰা এই দৃশ্য। কেতিয়াও এই সময় পুনৰ ঘূৰি নাহে। গুৱাহাটী বিমান বন্দৰৰ পৰা কাহিলীপাৰাৰ বাসগৃহলৈ অনুৰাগীৰ ভিৰ।

1 / 5গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰৰ পৰা স্বগৃহলৈ গৈ নিয়া হৈছে জুবিন গাৰ্গক। ফুলৰ দলিচাৰে আদৰণী জনাইছে সকলোৱে।

গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰৰ পৰা স্বগৃহলৈ গৈ নিয়া হৈছে জুবিন গাৰ্গক। ফুলৰ দলিচাৰে আদৰণী জনাইছে সকলোৱে।

2 / 5

বিদায় জুবিন... কোনেও আশা নকৰা এই দৃশ্য। কেতিয়াও এই সময় পুনৰ ঘূৰি নাহে। গুৱাহাটী বিমান বন্দৰৰ পৰা কাহিলীপাৰাৰ বাসগৃহলৈ অনুৰাগীৰ ভিৰ।

3 / 5

ইফালে যাত্ৰা পথত হাজাৰ হাজাৰ অনুৰাগীয়ে দিছে শিল্পীজনক মৰম। ৰাস্তাৰ দুয়োপাৰে কেৱল মানুহ আৰু মানুহ। সকলোৱে স্মৃতি হিচাপে জুবিনৰ একপি ফটো তুলিব বিচাৰিছে।

4 / 5

মায়াবিনী গানেৰে সকলোৱে শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ সাজু কিংবদন্তিক। ইফালে স্বামী জুবিন গাৰ্গক হেৰুৱাৰ বিয়োগত কান্দোনত ভাগি পৰিছে গৰিমা শইকীয়া গাৰ্গ।

5 / 5

সকলোৱে প্ৰাণৰ প্ৰিয় শিল্পীগৰাকীক চাবলৈ কৰিছে হেতাওপৰা। কাহিলীপাৰাৰ পৰা শিল্পীজনক নিয়া হ'ব সৰুসজাইলৈ, তাত জনাব ৰাজহুৱা শ্ৰদ্ধাঞ্জলি। নিশাৰে পৰা সৰুসজাইলৈ। সন্ধিয়া ৬ বজাত জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ স্থান নিৰ্ধাৰণ কৰিবলৈ এখন কেবিনেট বৈঠক অনুষ্ঠিত কৰা হ'ব বুলি জনাই মুখ্যমন্ত্ৰীয়ে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...