DSP সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ, জুবিনৰ মৃত্যু সন্দৰ্ভত জেৰা চলাইছিল SIT-এ
Zubeen Garg : ৭ দিন জেৰাৰ পাছত আজি SIT কাৰ্যালয়ত গ্ৰেপ্তাৰ কৰা হয় সন্দীপন গাৰ্গক। জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গ। জানিব পৰা মতে ছিংগাপুৰৰ য়ট পাৰ্টিত জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত উপস্থিত আছিল সন্দীপন ।
1 / 5

2 / 5
3 / 5
4 / 5
5 / 5