মই মৰিলে 'মায়াবিনী ৰাতিৰ বুকুত' গীতটি বজাব, ইচ্ছা জুবিন গাৰ্গৰ | When I die, the song 'Mayabini Ratir Bukut' will be played, Zubin Garg wish Assam news - Assam Tv9

মই মৰিলে ‘মায়াবিনী ৰাতিৰ বুকুত’ গীতটি বজাব, ইচ্ছা জুবিন গাৰ্গৰ

Published: 

19 Sep 2025 | 08:06 PM

জুবিনৰ মৃত্যুৰ পিছত সামাজিক মাধ্যমত ভাইৰেল হৈ আছে এটা বিশেষ ভিডিঅ'। য'ত জুবিনে কৈছিল মোৰ মৃত্যু হলে 'মায়াবিনী ৰাতিৰ বুকু' গীতটো সকলোৱে বজাব।

1 / 5জুবিনৰ সুৰীয়া যাত্ৰা ছিংগাপুৰত অন্ত পৰে। জুবিনৰ গায়নশৈলী তথা পৰিৱেশনশৈলীয়ে সকলোকে মুগ্ধ কৰিছিল ।বৃহস্পতিবাৰে শেষৰ বাবে সংগীত পৰিৱেশন কৰে জুবিনে। জুবিন গাৰ্গৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতৰ বাবে অপূৰণীয় ক্ষতি ৷

জুবিনৰ সুৰীয়া যাত্ৰা ছিংগাপুৰত অন্ত পৰে। জুবিনৰ গায়নশৈলী তথা পৰিৱেশনশৈলীয়ে সকলোকে মুগ্ধ কৰিছিল ।বৃহস্পতিবাৰে শেষৰ বাবে সংগীত পৰিৱেশন কৰে জুবিনে। জুবিন গাৰ্গৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতৰ বাবে অপূৰণীয় ক্ষতি ৷

2 / 5

জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে কান্দোনত ভাগি পৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গৰ লগতে অনুৰাগীসকল। কোটি অনুৰাগীক কন্দুৱাই সাগৰৰ তলিতে হেৰাই গ'ল হাৰ্টথ্ৰ'ব জুবিন গাৰ্গ।

3 / 5

কাইলৈ অসমলৈ অনা হ'ব জুবিন গাৰ্গৰ নশ্বৰ দেহ। ৰাজহুৱাভাৱে কাইলৈ জুবিনক অন্তিম শ্ৰদ্ধাঞ্জলি জনাব অজস্ৰ জ্ঞানমুগ্ধই। চাৰি দশক ধৰি সংগীত জগতক মোহাচ্ছন্ন কৰি ৰাখিছিল জুবিন গাৰ্গে।

4 / 5

জুবিনৰ মৃত্যুৰ পিছত সামাজিক মাধ্যমত ভাইৰেল হৈ আছে এটা বিশেষ ভিডিঅ'। য'ত জুবিনে কৈছিল মোৰ মৃত্যু হলে 'মায়াবিনী ৰাতিৰ বুকু' গীতটো সকলোৱে বজাব।

5 / 5

২০১৯ চনতে জুবিন গাৰ্গে কৈছিল মই মৰিলে সকলোৱে গাব মায়াবিনী ৰাতিৰ বুকুত... এতিয়া প্ৰতিজন অনুৰাগীয়ে এই ভিডিঅটো শ্বেয়াৰ কৰিছে আৰু শোক প্ৰকাশ কৰিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...