Magh Bihu 2025: বতৰে ম্লান পেলাব নেকি ভোগালীৰ আনন্দ? কেইবাখনো ৰাজ্যত এলাৰ্ট জাৰি…
Assam Weather Update: মঙলবাৰৰ এজাক বৰষুণে সলনি কৰিলে ৰাজ্যৰ বতৰ। তাৰ পাছতে শীতে এতিয়া কপাঁইছে ৰাজ্যবাসীক। বৰষুণৰ পিছতে ৰাজ্যত ক্ৰমাৎ নিম্নগামী হৈছে পাৰাস্তম্ভ। গুৱাহাটীতে চৌদিশে আজি ঘন কুঁৱলীৰ আৱৰণ।
1 / 5

2 / 5
3 / 5
4 / 5
5 / 5