Zubeen Garg-Garima Wedding Anniversary: আজি যুগ্ম জীৱনৰ ২৩ টা বৰ্ষ গৰকিলে জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গে | Today Assamese Singer Zubeen Garg and Garima saikia garg Wedding Anniversary, know the love story Assam news - Assam Tv9

Zubeen Garg-Garima Wedding Anniversary: আজি যুগ্ম জীৱনৰ ২৩ টা বৰ্ষ গৰকিলে জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গে

Published: 

04 Feb 2025 | 06:52 PM

জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গ অসমৰ জনপ্ৰিয় দম্পতিসকলৰ ভিতৰত অন্যতম। আজি সুখে-দুখে যুগ্ম জীৱনৰ ২৩টা বসন্ত গৰকিলে জুবিন-গৰিমাই।

1 / 5সুখে-দুখে যুগ্ম জীৱনৰ আন এটা বৰ্ষ গৰকিলে জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গে। আজি জুবিন আৰু গৰিমাৰ বিবাহ বাৰ্ষিকী। (Image Credit source: Social Media)

সুখে-দুখে যুগ্ম জীৱনৰ আন এটা বৰ্ষ গৰকিলে জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গে। আজি জুবিন আৰু গৰিমাৰ বিবাহ বাৰ্ষিকী। (Image Credit source: Social Media)

2 / 5

২০০২ চনৰ ৪ ফেব্ৰুৱাৰীত জুবিন গাৰ্গ ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়াৰ সৈতে বিবাহ পাশত আবদ্ধ হয়। জুবিন গাৰ্গৰ অসংখ্য অনুৰাগীৰ মাজতে প্ৰথমে গৰিমাও আছিল জুবিনৰ অনুৰাগী ৷ (Image Credit source: Social Media)

3 / 5

অনুৰাগী হিচাপে গৰিমায়ো জুবিন গাৰ্গলৈ চিঠি লিখিছিল আৰু জুবিনে সেই চিঠিখনৰ উত্তৰো দিছিল। এইদৰে আৰম্ভ হৈছিল জুবিন-গৰিমাৰ প্ৰেম। (Image Credit source: Social Media)

4 / 5

অনুৰাগীৰ পৰা পত্নী ৰূপে স্বীকৃতি পায় গৰিমাই। ইজনে সিজনৰ হাতত ধৰি ২৩টা বসন্ত অতিক্ৰম কৰিলে। (Image Credit source: Social Media)

5 / 5

জুবিন গাৰ্গৰ প্ৰতিটো কামত সহায় হাত আগবঢ়াই গৰিমাই। এগৰাকী জীৱনসংগীৰ যি দায়িত্ব সেই সকলো দায়িত্ব পালনত কৃপনালী কৰা নাই গৰিমাই। ইফালে জুবিন সংগীতজগতৰ এগৰাকী সু-গায়ক হোৱাৰ উপৰিও গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক, প্ৰযোজক হিচাপে নিজৰ অতুলনীয় অৱদান আগবঢ়াই আহিছে।(Image Credit source: Social Media)

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...