Durga puja: উৎসৱৰ বতৰত নিজকে কৰক ধুনীয়া, এই হেয়াৰষ্টাইলে আকৰ্ষণীয় দেখাব আপোনাক | Take hairstyle tips from actresses for Durga Puja 2025 Assam news - Assam Tv9

Durga puja: উৎসৱৰ বতৰত নিজকে কৰক ধুনীয়া, এই হেয়াৰষ্টাইলে আকৰ্ষণীয় দেখাব আপোনাক

Published: 

25 Sep 2025 | 09:38 PM

Hair Style Tips for Women:সমাগত দুৰ্গা পূজা। উৎসৱৰ বতৰ সকলোৰে মন-প্ৰাণ আনন্দিত হৈ উঠে। এই সময়ত মহিলাসকলে নিজৰ সাজোন-কাচোনৰ বিশেষ যত্ন লয়। যদি আপুনিও পৰম্পৰাগত সাজ-পোছাকৰ সৈতে সুন্দৰ হেয়াৰষ্টাইল বিচাৰি আছে, তেন্তে এই টিপচ আপোনাৰ বাবে।

1 / 5ভাৰতত আৰম্ভ হৈছে উৎসৱৰ বতৰ। গতিকে মহিলাসকলে উৎসৱৰ সময়ত সুন্দৰ সাজ-পোছাক পৰিধান কৰাৰ সুযোগ হেৰুৱাব নিবিচাৰে। এইবাৰ দুৰ্গা পূজাত যদি শাৰীৰ সৈতে কি হেয়াৰষ্টাইল কৰিব ভাবি পোৱা নাই, তেন্তে মনি ৰয়ক অনুসৰণ কৰিব পাৰে।

ভাৰতত আৰম্ভ হৈছে উৎসৱৰ বতৰ। গতিকে মহিলাসকলে উৎসৱৰ সময়ত সুন্দৰ সাজ-পোছাক পৰিধান কৰাৰ সুযোগ হেৰুৱাব নিবিচাৰে। এইবাৰ দুৰ্গা পূজাত যদি শাৰীৰ সৈতে কি হেয়াৰষ্টাইল কৰিব ভাবি পোৱা নাই, তেন্তে মনি ৰয়ক অনুসৰণ কৰিব পাৰে।

2 / 5

বলীউডৰ অভিনেত্ৰীসকল নিজৰ ফেশ্বনকলৈ সদায় সচেতন। এই বিশেষ দিনকেইটাত পৰম্পৰাগত সাজ-পোছাকৰ সৈতে দীপিকাৰ দৰে হেয়াৰষ্টাইল কৰিব পাৰে।

3 / 5

অনুপমা ধাৰাবাহিকৰ সহজ-সৰল অনুপমাক সকলোৱে ভাল পায়। অনুপমা অৰ্থাৎ ৰূপালী গাংগুলীৰ ষ্টাইল সদায় সুকীয়া। বেংগলী অভিনেত্ৰীগৰাকীৰ এই লুকটো আপুনিও দুৰ্গা পূজাত অনুসৰণ কৰিব পাৰে।

4 / 5

ৰাষ্ট্ৰীয় ক্ৰাছ ৰশ্মিকা মাণ্ডন্নাৰ এই লং প্লিট হেয়াৰষ্টাইলটোও দেখাত অতি সুন্দৰ। শাৰীৰ লগত হওক, চুৰিদাৰৰ লগত বা লেহেংগাৰ লগত হওক আপুনি অনুসৰণ কৰিব পাৰে।

5 / 5

সকলোৰে হৃদয়ত স্থান দখল কৰা অদিতি ৰাও হায়দাৰীৰ ফেশ্বন শৈলী অতি আচৰিত। অভিনেত্ৰীগৰাকীৰ দৰেই আপুনিও পৰম্পৰাগত সাজ-পোছাকৰ সৈতে খোপা বান্ধিব পাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...