মই নথকাৰ অনুভৱ... অসমীয়াক উজাগৰে এৰি প্ৰকৃতিৰ কোলাত শুই গ'ল প্ৰাণৰ জুবিন | Singer Zubeen Garg was cremated with full state honours in sonapur assam Assam news - Assam Tv9

মই নথকাৰ অনুভৱ… অসমীয়াক উজাগৰে এৰি প্ৰকৃতিৰ কোলাত শুই গ’ল প্ৰাণৰ জুবিন

Updated On: 

23 Sep 2025 | 05:19 PM

এতিয়া আৰু হাজাৰ মাতিলেও কোনোদিনে অনুৰাগীৰ ওচৰলৈ নাহে প্ৰাণৰ শিল্পীগৰাকী। অশ্ৰুসিক্ত নয়নেৰে কায়িকভাৱে স্বামীক বিদায় দিলে পত্নী গৰিমাই। জুবিন গাৰ্গৰ বিদায় পৰত সকলোকে একেলগে গালে মায়াবিনী ৰাতিৰ বুকুত..

1 / 5অসমীয়াৰ নিঠৰুৱা কৰি মায়াৰ সংসাৰ ত্যাগ কৰিলে জুবিন গাৰ্গে । জুবিন গাৰ্গৰ বিদায় পৰত সকলোকে একেলগে গালে 'মায়াবিনী ৰাতিৰ বুকুত..'। প্ৰাণৰ শিল্পীগৰাকীক শেষবাৰৰ বাবে সাষ্টাংগে প্ৰণাম কৰিলে লাখ লাখ অনুৰাগীয়ে।

অসমীয়াৰ নিঠৰুৱা কৰি মায়াৰ সংসাৰ ত্যাগ কৰিলে জুবিন গাৰ্গে । জুবিন গাৰ্গৰ বিদায় পৰত সকলোকে একেলগে গালে 'মায়াবিনী ৰাতিৰ বুকুত..'। প্ৰাণৰ শিল্পীগৰাকীক শেষবাৰৰ বাবে সাষ্টাংগে প্ৰণাম কৰিলে লাখ লাখ অনুৰাগীয়ে।

2 / 5

আজি সোণাপুৰৰ হাতীমূৰাত শেষকৃত্য সম্পন্ন হয় জুবিন গাৰ্গৰ। ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষ বিদায় জনায় শিল্পীজনক। ২১ জাঁই তোপধ্বনিৰে শিল্পীজনাক সন্মান জোৱানৰ।

3 / 5

এতিয়া আৰু হাজাৰ মাতিলেও কোনোদিনে অনুৰাগীৰ ওচৰলৈ নাহে প্ৰাণৰ শিল্পীগৰাকী। অশ্ৰুসিক্ত নয়নেৰে কায়িকভাৱে স্বামীক বিদায় দিলে পত্নী গৰিমাই।

4 / 5

শেষকৃত্যৰ সময়ত এনেদৰে কান্দি কান্দি কৰ্তব্য পালন কৰিলে আৰক্ষী বিষয়াই। জুবিনবিহীন অসম এখন কল্পনাই কৰিব নোৱাৰে অসমীয়াই।

5 / 5

নিজে ৰোপন কৰা চন্দন গছৰ কাঠৰ টুকুৰাৰ উত্তাপতেই বিলীন হৈ গুচি গ'ল মহান জুবিন। ২০১৭ চনত নিজৰ জন্মদিনত কলাক্ষেত্ৰত নিজেই ৰোপন কৰিছিল চন্দন গছজোপা।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...