মই কেতিয়াও জুবিন গাৰ্গ হ’ব নোৱাৰো: গুৱাহাটীত কণ্ঠশিল্পী পাপন
জুবিন গাৰ্গক অন্তিম শ্ৰদ্ধাঞ্জলি জনাবলৈ অসমলৈ আহিছে পাপন। বিমানবন্দৰৰ পৰা পোনে পোনে জুবিনৰ ওচৰলৈ ৰাওনা হয় পাপন। পত্নীসহ নিশাই বিমানবন্দৰত উপস্থিত হয় কণ্ঠশিল্পীগৰাকী।
1 / 5

2 / 5
3 / 5
4 / 5
5 / 5