বক্স অফিচত ৰৈ ৰৈ বিনালেৰ যাদু, জুবিন গাৰ্গৰ অন্তিম ছবিখনৰ উপাৰ্জন জানি হ'ব আচৰিত! | Roi Roi Binale box office: Zubeen Garg's last film 'Roi Roi Biennale' created a record Assam news - Assam Tv9

বক্স অফিচত ৰৈ ৰৈ বিনালেৰ যাদু, জুবিন গাৰ্গৰ অন্তিম ছবিখনৰ উপাৰ্জন জানি হ’ব আচৰিত!

Published: 

05 Dec 2025 | 08:00 PM

জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰয় ৰয় বিনালেৰে অসমক গৌৰৱান্বিত কৰিছে। ৰাজেশ ভূঞাৰ দ্বাৰা পৰিচালিত মিউজিকেল ৰোমান্টিক ছবিখনে ইতিহাসৰ সৰ্বাধিক উপাৰ্জনকাৰী অসমীয়া ছবি।

1 / 5‘ৰৈ ৰৈ বিনালে’ জুবিনৰ সপোনৰ ছবি। মুক্তিৰ প্ৰথম দিনটোতেই অসমীয়া ছবিৰ বুৰঞ্জীত ইতিহাসৰ নতুন পাতনি মেলিলে। শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈ সকলোৱে অন্তিমবাৰৰ বাবে জুবিনৰ অভিনয় ৰূপালী পৰ্দাত চাইছে।

‘ৰৈ ৰৈ বিনালে’ জুবিনৰ সপোনৰ ছবি। মুক্তিৰ প্ৰথম দিনটোতেই অসমীয়া ছবিৰ বুৰঞ্জীত ইতিহাসৰ নতুন পাতনি মেলিলে। শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈ সকলোৱে অন্তিমবাৰৰ বাবে জুবিনৰ অভিনয় ৰূপালী পৰ্দাত চাইছে।

2 / 5

ৰৈ ৰৈ বিনালে'ৰ প্ৰথম দিনাৰ BOX OFFICE কালেকশ্যন আছিল ২.৫০ কোটি টকা। এইবাৰ‘ৰৈ ৰৈ বিনালে’ গঢ়িলে অভিলেখ, এমাহৰ উপাৰ্জন ৩৩.৮৫ কোটি টকা।

3 / 5

জুবিন গাৰ্গে বিচাৰিছিলে অসমীয়া ছবিজগতক আৰু অসমীয়া ছবিক সমগ্ৰ বিশ্বই জানক, যিটো জুবিনে মৃত্যুৰ পিছটো প্ৰমাণ কৰি দিছে। এই ছবিখনে অসমীয়া ছবিজগতৰ সৰ্বকালৰ ৰেকৰ্ড ভংগ কৰিছে।

4 / 5

ৰাজ্যৰ লগতে দেশ–বিদেশৰ ছবিগৃহত প্ৰদৰ্শন কৰা হৈছে ছবিখন। ৩৩ কোটি ৩০ লাখ ৮২,৮২৫ টকা উপাৰ্জনেৰে ছবিখনে গঢ়িছে আচৰিত অভিলেখ।

5 / 5

ছবিখনৰ মুক্তিৰ এমাহ হোৱাৰ পিছতো প্ৰতিটো ছবিগৃহত হাউচফুল হৈ আছে। প্ৰতিটো দৰ্শনীতে এতিয়াও জুবিন অনুৰাগী। এয়াই জুবিনলৈ অনুৰাগীৰ মৰম আৰু শ্ৰদ্ধা।

ৰাতিপুৱা কিয় ৰ'দ ল'ব লাগে ? ইয়াৰ পাঁচটা বিশেষ উপকাৰিতা জানক
হৃদৰোগৰ পৰা আঁতৰি থাকিব বিচাৰেনে? তৎক্ষণাত ত্যাগ কৰক এই তিনিটা অভ্যাস
জিভাৰ ৰঙে দিব আপোনাৰ দেহত নীৰৱে বাঢ়ি অহা সমস্যাৰ সংকেত! জানিলে হ’ব পাৰিব সাৱধান
আহিব দুখ-দুৰ্দশা! ঘৰৰ সন্মুখত নাৰাখিব এই বস্তু...
এজাহাৰ দাখিলৰ পাছতে গ্ৰেপ্তাৰ বিতৰ্কিত শিখা শৰ্মাক
পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান
মুম্বাই বিমান বন্দৰত দেখা গ'ল বিৰাট কোহলিক...
এলিভেটেড ক'ৰিডৰৰ বিৰোধিতা গৌৰৱ গগৈৰ...