Independence Day: গণতন্ত্ৰ দিৱসত নিজকে আকৰ্ষণীয় দেখাবলৈ পিন্ধক বলীউডৰ অভিনেত্ৰীসকলৰ দৰে পোছাক | Republic Day white colour suit take idea from bollywood actresses Assam news - Assam Tv9

Independence Day: গণতন্ত্ৰ দিৱসত নিজকে আকৰ্ষণীয় দেখাবলৈ পিন্ধক বলীউডৰ অভিনেত্ৰীসকলৰ দৰে পোছাক

Updated On: 

23 Jan 2025 | 10:03 PM

দেশজুৰি গণৰাজ্য দিৱসৰ প্ৰস্তুতি তুংগত উঠিছে। যাৰ বাবে বেছিভাগ মহিলাই সাধাৰণ সাজ-পোছাকত বহুত গুৰুত্ব দিয়ে। এনে ক্ষেত্ৰত বলীউডৰ অভিনেত্ৰীসকলৰ পৰা সাজ-পোছাকৰ আইডিয়া ল’ব পাৰে।

1 / 5বগা ৰঙৰ শাৰাৰা চুটৰ সৈতে তিনি বৰণীয়া দুপট্টা পিন্ধিছে ছাৰা আলী খানে। এই লুকটোত নূন্যতম মেকআপ আৰু খোলা চুলিৰে সম্পূৰ্ণ কৰা হৈছে। অভিনেত্ৰীগৰাকীৰ এই লুকটোৰ পৰাও আপুনি আইডিয়া ল’ব পাৰে। ( Credit : saraalikhan95 )

বগা ৰঙৰ শাৰাৰা চুটৰ সৈতে তিনি বৰণীয়া দুপট্টা পিন্ধিছে ছাৰা আলী খানে। এই লুকটোত নূন্যতম মেকআপ আৰু খোলা চুলিৰে সম্পূৰ্ণ কৰা হৈছে। অভিনেত্ৰীগৰাকীৰ এই লুকটোৰ পৰাও আপুনি আইডিয়া ল’ব পাৰে। ( Credit : saraalikhan95 )

2 / 5

উৰ্বশী ৰৌতেলাই বগা ৰঙৰ অনাৰকলি ষ্টাইলৰ চুট পিন্ধিছে। গণৰাজ্য দিৱসত অভিনেত্ৰীগৰাকীৰ এই লুকটো আপুনিও অনুসৰণ কৰিব পাৰে। ( Credit : urvashirautela )

3 / 5

বগা ৰঙৰ চুট পিন্ধিছে জাহ্নৱী কাপুৰে। অভিনেত্ৰীগৰাকীয়ে মূৰত লৈছে পাতল সেউজীয়া ৰঙৰ দুপাট্টা। অভিনেত্ৰীগৰাকীৰ এই লুকটো গণতন্ত্ৰ দিৱসৰ বাবেও উত্তম। ( Credit : janhvikapoor )

4 / 5

ছাৰা আলী খানে পিন্ধিছে বগা ৰঙৰ কুৰ্তি, পাতল সেউজীয়া ৰঙৰ পেন্ট আৰু কমলা ৰঙৰ দুপাট্টা পিন্ধিছে। গণৰাজ্য দিৱসৰ বাবে অভিনেত্ৰীগৰাকীৰ এই লুকটোৰ পৰাও আইডিয়া ল’ব পাৰে। ( Credit : saraalikhan95 )

5 / 5

সোণালী বিন্দ্ৰে পিন্ধিছে বগা ৰঙৰ অনাৰকলি ষ্টাইলৰ কুৰ্তি। অভিনেত্ৰীগৰাকীক এই লুকত আকৰ্ষণীয় আৰু সচেতন যেন লাগিছে। তেওঁৰ এই লুকটোৰ পৰাও আইডিয়া ল’ব পাৰে। ( Credit : iamsonalibendre )

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...