Panchayat Election 2025: আজি প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ পুনৰ ভোটগ্ৰহণ, ৫খন জিলাৰ ৪৩টা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ | Re-polling of the first phase of panchayat elections 2025 today Assam news - Assam Tv9

Panchayat Election 2025: আজি প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ পুনৰ ভোটগ্ৰহণ, ৫খন জিলাৰ ৪৩টা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ

Updated On: 

06 May 2025 11:51 AM

প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ৰাজ্যৰ কিছু কিছু ভোটকেন্দ্ৰত ভোটগ্ৰহণৰ সময়ত অনিয়ম হোৱাৰো অভিযোগ উত্থাপন হৈছে। ভোটদানৰ সময়ত বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ বাবে আজি প্ৰথম প্ৰৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে।

1 / 5শুকুৰবাৰে ৰাজ্যৰ ১৪ খন জিলাত অনুষ্ঠিত হৈছিল পঞ্চায়ত নিৰ্বাচন। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিভিন্ন স্থানত সংঘটিত হয় নিৰ্বাচনী হিংসা। লগতে বহু ভোটকেন্দ্ৰত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি।

শুকুৰবাৰে ৰাজ্যৰ ১৪ খন জিলাত অনুষ্ঠিত হৈছিল পঞ্চায়ত নিৰ্বাচন। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিভিন্ন স্থানত সংঘটিত হয় নিৰ্বাচনী হিংসা। লগতে বহু ভোটকেন্দ্ৰত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি।

2 / 5

প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ৰাজ্যৰ কিছু কিছু ভোটকেন্দ্ৰত ভোটগ্ৰহণৰ সময়ত অনিয়ম হোৱাৰো অভিযোগ উত্থাপন হৈছে। ভোটদানৰ সময়ত বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ বাবে আজি প্ৰথম প্ৰৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে।

3 / 5

ৰাজ্যিক নিৰ্বাচন আয়োগৰ বিবৃতি মতে, শুকুৰবাৰৰ দিনটোত জিলা উপায়ুক্তসকলৰ পৰা পোৱা তথ্য অনুসৰি আনুমানিক ভোটদানৰ হাৰ আছিল ৭০.১৯ শতাংশ ।

4 / 5

নিৰ্বাচন

5 / 5

উল্লেখ্য যে, প্ৰথম পৰ্যায়ত বৰাক আৰু উজনী অসমত আৰু দ্বিতীয় পৰ্যায়ত হ'ব নামনি আৰু উত্তৰ অসমৰ জিলা সমূহত। দুয়োটা পৰ্যায়ত মুঠ ভোটাৰৰ সংখ্যা ১,৮০,৩৬,৬৮২ জন। ইয়াৰে ভিতৰত পুৰুষ ভোটা ৯০.৭১ লাখ, মহিলা ভোটাৰ ৮৯.৬৯ লাখ আৰু অন্যান্য শ্ৰেণীৰ ভোটাৰ ৪০৮ গৰাকী ।

মনত বেয়া চিন্তা আহিলে কি কৰিব? উপায় দিলে প্ৰেমানন্দ মহাৰাজে...
সুখৰ ৰহস্য আনৰ পৰা লুকাই ৰখা উচিত, ইয়াৰ কাৰণ জনালে প্ৰেমানন্দ মহাৰাজে...
যকৃতৰ এনজাইম বৃদ্ধি পালে কোনবোৰ লক্ষণ দেখা যায়? জানক
দৈনিক খালী পেটত খাওক ডালচেনিৰ পানী, পাব আচৰিত উপকাৰিতা...