কৰ্ণেল ছফিয়া কুৰেশ্বীক অপমান! বিজেপিৰ মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে এজাহাৰ অসম প্ৰদেশ কংগ্ৰেছৰ | Offensive remarks against Col Sofia Qureshi, APCC files FIR against BJP minister Vijay Shah Assam news - Assam Tv9

কৰ্ণেল ছফিয়া কুৰেশ্বীক অপমান! বিজেপিৰ মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে এজাহাৰ অসম প্ৰদেশ কংগ্ৰেছৰ

Published: 

17 May 2025 | 02:59 PM

কৰ্ণেল ছফিয়া কুৰেশ্বীৰ বিৰুদ্ধে কৰা মন্তব্যৰ অভিযোগত অসম প্ৰদেশ কংগ্ৰেছে বিজয় শ্বাহৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ । দলটোৰ নাগৰিক আৰু সামাজিক প্ৰচাৰ শাখাই দিছপুৰ আৰক্ষী থানাত দাখিল কৰে এই অভিযোগ ।

1 / 8কৰ্ণেল ছফিয়া কুৰেশ্বী, অপাৰেশ্যন সেন্দূৰৰ পাচত চৰ্চালৈ আহিছিল ভাৰতীয় সেনাৰ এইগৰাকী মহিলা বিষয়াৰ নাম । অপেশ্যেন সেন্দূৰ সন্দৰ্ভত বিশদ বিৱৰণ আগবঢ়াইছিল এইগৰাকী সেনা বিষয়াই ।

কৰ্ণেল ছফিয়া কুৰেশ্বী, অপাৰেশ্যন সেন্দূৰৰ পাচত চৰ্চালৈ আহিছিল ভাৰতীয় সেনাৰ এইগৰাকী মহিলা বিষয়াৰ নাম । অপেশ্যেন সেন্দূৰ সন্দৰ্ভত বিশদ বিৱৰণ আগবঢ়াইছিল এইগৰাকী সেনা বিষয়াই ।

2 / 8

শেহতীয়াকৈ ছফিয়া কুৰেশ্বী সন্দৰ্ভত মন্তব্য কৰি বিতৰ্কত সোমাই পৰিছে এগৰাকী বিজেপি নেতা । মধ্যপ্ৰদেশ চৰকাৰৰ মন্ত্ৰী বিজয় শ্বাহে কৰ্ণেল ছফিয়া কুৰেশ্বীক সন্ত্ৰাসবাদী ভগ্নী বুলি মন্তব্য কৰিছিল । তাৰ পাছতেই সৃষ্টি হয় বিতৰ্কৰ ।

3 / 8

এই মন্তব্যৰ বাবে উচ্চ ন্যায়ালয়ে বিজয় শ্বাহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰো নিৰ্দেশ দিছে । মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়েও মন্ত্ৰী শ্বাহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ।

4 / 8

কৰ্ণেল ছফিয়া কুৰেশ্বীৰ বিৰুদ্ধে কৰা মন্তব্যৰ অভিযোগত অসম প্ৰদেশ কংগ্ৰেছে বিজয় শ্বাহৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ । দলটোৰ নাগৰিক আৰু সামাজিক প্ৰচাৰ শাখাই দিছপুৰ আৰক্ষী থানাত দাখিল কৰে এই অভিযোগ ।

5 / 8

বিৰোধী দলটোৱে দৃঢ়তাৰে কয় যে শ্বাহৰ এই মন্তব্যই কেৱল “জনসাধাৰণৰ আৱেগক আঘাত কৰাই নহয়, সমগ্ৰ দেশক ক্ষুব্ধ কৰি তুলিছে” ।

6 / 8

নাগৰিক আৰু সামাজিক প্ৰচাৰ শাখাৰ অধ্যক্ষ বন্দীপ দত্তই কয়, ‘‘সশস্ত্ৰ বাহিনীৰ কোনো বিষয়াৰ বিৰুদ্ধে মন্তব্য সহ্য কৰিব নোৱাৰি । এনে মন্তব্যই আমাৰ বাহিনীৰ মনোবল দুৰ্বল কৰি তুলিব ।”

7 / 8

তেওঁ কয় যে যি সময়ত সমগ্ৰ দেশখনে সশস্ত্ৰ বাহিনীৰ বিৰুদ্ধে একত্ৰিত হৈছিল, সেই সময়ত এজন মন্ত্ৰীৰ এনে মন্তব্য অতি নিন্দনীয় ।

8 / 8

উল্লেখ্য যে বিজয় শ্বাহ মধ্যপ্ৰদেশ চৰকাৰৰ জনজাতি পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...