Lakshmi puja: কাইলৈ ধন-ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজা, বজাৰ ভৰি পৰিছে পূজাৰ উপচাৰেৰে | Lakshmi Puja to be celebrated in Assam tomorrow Assam news - Assam Tv9

Lakshmi puja: কাইলৈ ধন-ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজা, বজাৰ ভৰি পৰিছে পূজাৰ উপচাৰেৰে

Updated On: 

15 Oct 2024 | 11:15 PM

লক্ষ্মীক আদৰিবলৈ ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি। ঘৰে ঘৰে আয়োজন কৰা হয় লক্ষ্মী পূজা। সমান্তৰালকৈ বজাৰসমূহ ভৰি পৰিছে পূজাত প্ৰয়োজনীয় উপকৰণেৰে।

1 / 5

কাইলৈ লক্ষ্মী পূজা, পৰহিলৈ কাতি বিহু, পৰম্পৰা ৰক্ষাৰে লক্ষ্মী পূজাৰ বাবে সাজু হৈছে ৰাইজ।

2 / 5

লক্ষ্মীক আদৰিবলৈ ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি। ঘৰে ঘৰে আয়োজন কৰা হয় লক্ষ্মী পূজা। সমান্তৰালকৈ বজাৰসমূহ ভৰি পৰিছে পূজাত প্ৰয়োজনীয় উপকৰণেৰে।

3 / 5

জনবিশ্বাস-মতে লক্ষ্মীপূজাৰ দিনা লক্ষ্মী দেৱী তেওঁৰ ভক্তসকলৰ ঘৰলৈ আহি তেওঁলোকক আশীৰ্বাদ দিয়ে। লক্ষ্মী দেৱীক আদৰিবলৈ ভক্তসকলে ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰে, ফুল আৰু পোহৰেৰে নিজৰ ঘৰ আলোকিত কৰে, বিভিন্ন প্ৰকাৰৰ মিষ্টান্ন আৰু ভোগ ৰান্ধে।

4 / 5

লক্ষ্মীপূজাত লক্ষ্মী-চৰিত আৰু পাঁচালী পাঠ কৰা হয়। ঠাই বিশেষে লক্ষ্মীপূজাৰ নীতি-নিয়মৰ পাৰ্থক্য পৰিলক্ষিত হয়।

5 / 5

ভক্তসকলে বিশ্বাস কৰে যে তেওঁলোকে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিব পাৰিলে তেওঁলোকে দেৱীৰ কৃপা লাভ কৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...