ঘৰত ময়ূৰৰ পাখি ৰখাটো শুভ নে অশুভ? ভুলতেও নকৰিব এই কাম! | keeping peacock feathers at home is considered auspicious in Vastu Shastra Assam news - Assam Tv9

ঘৰত ময়ূৰৰ পাখি ৰখাটো শুভ নে অশুভ? ভুলতেও নকৰিব এই কাম!

Published: 

21 Aug 2025 | 08:23 PM

ময়ূৰৰ পাখি ভগৱান শ্ৰীকৃষ্ণৰ অতি প্ৰিয়। ময়ূৰৰ পাখি ভগৱান শ্ৰীকৃষ্ণৰ অলংকাৰৰ অংগ বুলি গণ্য কৰা হয়। বিভিন্ন পূজাতো প্ৰায়ে ময়ুৰৰ পাখি ব্যৱহাৰ কৰা হয়। বাস্তু শাস্ত্ৰৰ মতে ময়ুৰৰ পাখি ঘৰত ৰখাটো শুভ নে অশুভ?

1 / 7ময়ুৰৰ পাখি ভগৱান শ্ৰীকৃষ্ণৰ অতি প্ৰিয়। ময়ুৰৰ পাখি কৃষ্ণৰ অলংকাৰৰ অংশ বুলি গণ্য কৰা হয়। বহুতে ঘৰতে ময়ুৰৰ পাখি ৰাখে।

ময়ুৰৰ পাখি ভগৱান শ্ৰীকৃষ্ণৰ অতি প্ৰিয়। ময়ুৰৰ পাখি কৃষ্ণৰ অলংকাৰৰ অংশ বুলি গণ্য কৰা হয়। বহুতে ঘৰতে ময়ুৰৰ পাখি ৰাখে।

2 / 7

ঘৰত ময়ুৰৰ পাখি ৰখাটো শুভ নে অশুভ বুলি বহুতে চিন্তা কৰে। এই ক্ষেত্ৰত বাস্তু শাস্ত্ৰৰ বহুতো নিয়ম উল্লেখ আছে। বাস্তু শাস্ত্ৰ মতে ঘৰত ময়ুৰৰ পাখি ৰখা ব্যক্তিয়ে শুভ ফল পায়।

3 / 7

যি ঘৰত ময়ূৰৰ পাখি ৰখা হয়, তাৰ পৰা সকলো ঋণাত্মক শক্তি আঁতৰাই পেলোৱা হয়। যি ঘৰত ময়ুৰৰ পাখি ৰখা হয়, তাতেই থাকে সম্পূৰ্ণ শান্তি, সুখ আৰু সমৃদ্ধি।

4 / 7

বাস্তু শাস্ত্ৰৰ মতে কোনো ব্যক্তিয়ে যদি নিজৰ ঘৰত ময়ূৰৰ পাখি ৰাখে তেন্তে পৰিয়ালৰ লোকৰ ৰোগ নিৰাময় হ’ব। তাত বসবাস কৰা লোকসকলৰ স্বাস্থ্যৰ উন্নতি হ’ব।

5 / 7

যি ঘৰত ভগৱান শ্ৰীকৃষ্ণৰ ময়ূৰ পাখি ৰখা হয়, সেই ঘৰৰ সদস্যই ধন লাভ হয়। অধিক নিখুঁতভাৱে ক’বলৈ গ’লে সেই সকলো মানুহেই অৰ্থনৈতিক সমৃদ্ধি পায়। সকলো দৰিদ্ৰতা আৰু কষ্টৰ অন্ত পৰে।

6 / 7

বাস্তু শাস্ত্ৰৰ মতে, ঘৰত ময়ূৰৰ পাখি ৰখাটো অতি শুভ। ই যিকোনো শুভ শক্তিক আকৰ্ষণ কৰে। যিকোনো ব্যক্তিৰ জীৱনলৈ সফলতা অনাত সহায় কৰে।

7 / 7

বি:দ্ৰ - এই প্ৰতিবেদনত উপস্থাপন কৰা বক্তব্যসমূহ বাস্তু শাস্ত্ৰৰ পৰা পোৱা তথ্য। এই ক্ষেত্ৰত TV9 Assam-এ কোনো দায়িত্ব বহন নকৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...