বিশিষ্ট নৃত্যশিল্পী সোনাল মানছিঙক ২০২৩ৰ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান | Indian classical dancer Sonal Mansingh has been awarded the 2023 Srimanta Sankardeva Award Assam news - Assam Tv9

বিশিষ্ট নৃত্যশিল্পী সোনাল মানছিঙক ২০২৩ৰ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান

Published: 

12 Jun 2025 19:51 PM

আজি ধ্ৰুপদী নৃত্যশিল্পী সোনাল মানছিঙক ২০২৩ৰ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান। এই বঁটা প্ৰদান কৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

1 / 5আজি ধ্ৰুপদী নৃত্যশিল্পী সোনাল মানছিঙক ২০২৩ৰ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান। এই বঁটা প্ৰদান কৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

আজি ধ্ৰুপদী নৃত্যশিল্পী সোনাল মানছিঙক ২০২৩ৰ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান। এই বঁটা প্ৰদান কৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

2 / 5

3 / 5

মুখ্যমন্ত্ৰীয়ে কয়, ড০ সোনাল মানসিঙে নৃত্যকলাক মহিলা সবলীকৰণ, সামাজিক ন্যায় আৰু পৰিৱেস সচেতনতাৰ এক অনন্য শক্তিশালী মাধ্যমলৈ ৰূপান্তৰ কৰিছে।

4 / 5

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অক্ষয় কীৰ্তি চিৰযুগমীয়া কৰিবলৈ অসম চৰকাৰে ১৯৮৬ চনত শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰৱৰ্তন কৰিছিল।

5 / 5

সেই অনুসৰি কলা, সংস্কৃতি, সাহিত্য আৰু গম-সংযোগৰ ক্ষেত্ৰখনত মহাপুৰুষজনাৰ আদৰ্শ জনসমাজত বিয়পোৱাৰ বিশেষ ভূমিকা লোৱা একোগৰাকী অসামান্য ব্যক্তিত্বক এই বঁটা প্ৰদান কৰি অহা হৈছে।

শতকৰ হেট্ৰিক! বিৰাট কৃতিত্ব অৰ্জনেৰে শচীনকো পিছ পেলালে ‘কিং’ কোহলীয়ে
কমলা খাই পেলাই নিদিব বাকলি, কমলাৰ লগতে বাকলিৰ উপকাৰী গুণৰ বিষয়ে জানি হ'ব আচৰিত!
ৰবাব টেঙাৰ জুতি ল'লে নে? ইয়াৰ কি কি স্বাস্থ্য উপকাৰিতা আছে জানি লওক
মানিবেগত ৰাখিব এই কেইবিধ বস্তু, ধনৰ অভাৱ নহয় কেতিয়াও!
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...
প্ৰেয়সীক আনিবলৈ দৰা সাজি ৰথেৰে যাত্ৰা দৰাৰ...