Zubeen Garg: অসুস্থ জুবিন গাৰ্গ, বৰ্তমান চিকিৎসাধীন হাৰ্টথ্ৰ'ৱ, কি হৈছে শিল্পীজনৰ? | Heartthrob Zubeen Garg admitted to hospital, What happened to zubin Assam news - Assam Tv9

Zubeen Garg: অসুস্থ জুবিন গাৰ্গ, বৰ্তমান চিকিৎসাধীন হাৰ্টথ্ৰ’ৱ, কি হৈছে শিল্পীজনৰ?

Updated On: 

22 May 2025 | 11:28 AM

Zubeen Garg Health: শিল্পী জুবিন গাৰ্গক পুনৰ অসুস্থ অৱস্থাত ভৰ্তি কৰোৱাইছিল নেমেকেয়াৰ হাস্পতালত। পুৱতি নিশা কি সমস্যাৰ বাবে চিকিৎসালয়লৈ নিয়া হয় জানো আহক।

1 / 5পুনৰ অসুস্থ হৈ পৰিছে শিল্পী জুবিন গাৰ্গ। গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত অসুস্থ শিল্পীগৰাকীক ভৰ্তি কৰোৱা হৈছে।

পুনৰ অসুস্থ হৈ পৰিছে শিল্পী জুবিন গাৰ্গ। গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত অসুস্থ শিল্পীগৰাকীক ভৰ্তি কৰোৱা হৈছে।

2 / 5

জানিব পৰা মতে বুকুৰ বিষত আক্ৰান্ত হৈছিল হাৰ্টথ্ৰ'ব। নিশাই নেমেকেয়াৰ হাস্পতালত ভৰ্তি কৰিছে জুবিনক।

3 / 5

প্ৰথম অৱস্থাত জুবিন গাৰ্গে বুকুৰ বিষৰ সমস্যাত ভুগিছিল।

4 / 5

অৱশ্যে গেছৰ সমস্যাৰ বাবে পুৱতি নিশা বিষ অনুভৱ হৈছিল জুবিনৰ। অনুৰাধা ছবিগৃহত 'ভাইমন দা'ৰ বিশেষ প্ৰদৰ্শনীত অহৰহ ব্যস্ত হৈ আছিল জুবিন।

5 / 5

জুবিন গাৰ্গৰ অসুস্থতাৰ খবৰ পোৱাৰ লগে লগে উদ্বিগ্ন হৈ পৰিছে অনুৰাগীসকল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...