Gold Price Today: মাঘ বিহু উপলক্ষে সোণ কিনাৰ কথা ভাবিছে নেকি? জানক গুৱাহাটীত আজি সোণৰ দাম কিমান... | gold and silver price in guwahati on 12th january 2025 sunday Assam news - Assam Tv9

Gold Price Today: মাঘ বিহু উপলক্ষে সোণ কিনাৰ কথা ভাবিছে নেকি? জানক গুৱাহাটীত আজি সোণৰ দাম কিমান…

Edited By: 

Barasha Misra | Updated On: 14 Jan 2025 | 01:48 PM

বিগত কেইবাদিন ধৰি সোণৰ দামত যথেষ্ট উত্থান-পতন দেখা গৈছে। কেতিয়াবা যদি বৃদ্ধি হয় কেতিয়াবা হ্ৰাস হোৱা দেখা যায় সোণৰ দাম। আজি দেশৰ লগতে গুৱাহাটীৰ বজাৰত কিমান দামত সোণ বিক্ৰী হৈছে জানো আহক।

1 / 5 আজি  দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৭৯ ৬৪০, টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৭৩,০০০ টকা।  আজি ৰূপ প্ৰতি কিলোগ্ৰামত ৯৩,৫০০ টকাত বিক্ৰী হৈছে।

আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৭৯ ৬৪০, টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৭৩,০০০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ৯৩,৫০০ টকাত বিক্ৰী হৈছে।

2 / 5

১২ জানুৱাৰীত দিল্লীত ১০ গ্ৰাম সোণৰ দাম ৭৯,৮২৩ টকা। চেন্নাইত আজি ১০ গ্ৰাম সোণৰ দাম ৭৯,৬৬১ টকা।একেদৰে মু্ম্বাইত ১০ গ্ৰাম সোণ ৭৯,৬৬৭ টকা আৰু কলকাতাত ১০ গ্ৰাম সোণ ৭৯,৬৬৫ টকাত বিক্ৰী হৈছে।

3 / 5

ইফালে গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৭৯৬৪ টকা ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৭৩০০ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৫,৯৭৩ টকা হৈছে।

4 / 5

আজি গুৱাহাটীত ১৮ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৫৯,৭৩০ টকা, ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৭৩,০০০ টকা আৰু ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৭৯,৬৪০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে।

5 / 5

ইফালে গুৱাহাটীৰ বজাৰত আজি ৰূপৰ দৰ অপৰিৱৰ্তিত থকা দেখা গৈছে। আজি গুৱাহাটীৰ বজাৰত ৰূপৰ দাম প্ৰতি কিলোগ্ৰামত ৯৩.৫০ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম সোণৰ দাম হৈছে ৯৩,৫০০ টকা।

আলু বাকলিৰ উপকাৰিতা জানিলে পেলাবলৈ মন নকৰিব!
গুপ্তাংগত বিষ ? প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা কৰে নেকি? নকৰিব ভুল!
ডায়েবেটিছত মহৌষধি হ’ব পাৰে তিতা কেৰেলা, এইদৰে ব্যৱহাৰ কৰিলে পাব সুফল
সঘনাই হয় নেকি কঁকালৰ বিষ? কি ৰোগৰ লক্ষণ হ'ব পাৰে জানক...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ
কংগ্ৰেছক কটাক্ষ কৰি কি ক'লে মুখ্যমন্ত্ৰীয়ে?
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?