পুত্ৰসহ জুবিন গাৰ্গৰ বাসগৃহত উদ্যোগপতি গৌতম আদানী, পৰিয়ালক সমবেদনা জ্ঞাপন | Gautam Adani visited the Kahilipara residence of singer Zubeen Garg on Sunday Guwahati assam Assam news - Assam Tv9

পুত্ৰসহ জুবিন গাৰ্গৰ বাসগৃহত উদ্যোগপতি গৌতম আদানী, পৰিয়ালক সমবেদনা জ্ঞাপন

Published: 

29 Sep 2025 | 08:51 AM

Gautam Adani: জুবিন গাৰ্গৰ বাসগৃহত পুত্ৰসহ উপস্থিত বিশিষ্ট উদ্যোগপতি গৌতম আদানী। জুবিন গাৰ্গৰ পৰিয়ালক সমবেদনা যাঁচিলে গৌতম আদানী আৰু পুত্ৰ জিত আদানীয়ে।

1 / 5জুবিন অবিহনে আজিও শোকস্তব্ধ অসমীয়া। সকলোৱে বিচাৰিছে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্ত।

জুবিন অবিহনে আজিও শোকস্তব্ধ অসমীয়া। সকলোৱে বিচাৰিছে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্ত।

2 / 5

ইয়াৰ মাজতে জুবিন গাৰ্গৰ বাসগৃহত পুত্ৰসহ উপস্থিত বিশিষ্ট উদ্যোগপতি গৌতম আদানী। জুবিন গাৰ্গৰ পৰিয়ালক সমবেদনা যাঁচিলে গৌতম আদানী আৰু পুত্ৰ জিত আদানীয়ে।

3 / 5

জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ সৈতে কথাও পাতিলে গৌতম আদানীয়ে। জুবিনৰ পৰিয়ালৰ দুখৰ সমভাগী হ'ল গৌতম আদানী।

4 / 5

কাহিলীপাৰা বাসগৃহত উপস্থিত হৈ জুবিন গাৰ্গৰক শ্ৰদ্ধাঞ্জলি জনাই আদানীয়ে। জুবিনৰ পত্নী গৰিমা গাৰ্গ আৰু পৰিয়ালৰ লোকৰ সৈতে সময় কটায়। সমবেদনা জ্ঞাপন কৰাৰ লগতে বিভিন্ন কথা আলোচনা কৰে।

5 / 5

এই ভ্ৰমণৰ সময়ত আদানীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে চলি থকা আৰু ভৱিষ্যতৰ আন্তঃগাঁথনি প্ৰকল্প সন্দৰ্ভতো আলোচনা কৰিব বুলি জানিব পৰা গৈছে । তেওঁৰ ভ্ৰমণসূচীৰ এটা ডাঙৰ উল্লেখযোগ্য দিশ হ’ল গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ (আজাৰা বিমানবন্দৰ)ৰ উন্নয়নমূলক কামৰ পৰ্যালোচনা।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...