TV9ৰ ভাৰত মহোৎসৱত কি কি উপলব্ধ হৈছে...? | Experience Global Culture at TV9 Festival of India: Over 250 Stalls Featuring Global Fashion, Food, and Crafts Assam news - Assam Tv9

TV9 Festival of India: ইৰাণৰ খেজুৰৰ পৰা কোৰিয়ান গহনালৈকে…TV9ৰ ভাৰত মহোৎসৱত কি কি উপলব্ধ হৈছে ?

manas-borah
Published: 

12 Oct 2024 19:17 PM

TV9 ফেষ্টিভেল অৱ ইণ্ডিয়াত এইবাৰ দেখা গৈছে দেশ বিদেশৰ প্ৰায় ২৫০ খন ষ্টল । দেশৰ লগতে বিদেশৰ কেইবাখনো ষ্টলত উপলব্ধ হৈছে দেশ-বিদেশৰ সাজ-পোছাকৰ লগতে অন্যান্য পৰম্পৰাগত খাদ্য সামগ্ৰী ।

1 / 8ভাৰতৰ সৰ্ববৃহৎ TV9 ফেষ্টিভেল অৱ ইণ্ডিয়াত এইবাৰ দেখা গৈছে দেশ বিদেশৰ প্ৰায় ২৫০ খন ষ্টল । দেশৰ লগতে বিদেশৰ কেইবাখনো ষ্টলত উপলব্ধ হৈছে দেশ-বিদেশৰ সাজ-পোছাকৰ লগতে অন্যান্য পৰম্পৰাগত খাদ্য সামগ্ৰী । যদি আপুনি কাশ্মীৰৰ চাদৰ ক্ৰয় কৰিব বিচাৰে তেন্তে আপুনি TV9 ফেষ্টিভেল অৱ ইণ্ডিয়ালৈ আহিব লাগিব ।

ভাৰতৰ সৰ্ববৃহৎ TV9 ফেষ্টিভেল অৱ ইণ্ডিয়াত এইবাৰ দেখা গৈছে দেশ বিদেশৰ প্ৰায় ২৫০ খন ষ্টল । দেশৰ লগতে বিদেশৰ কেইবাখনো ষ্টলত উপলব্ধ হৈছে দেশ-বিদেশৰ সাজ-পোছাকৰ লগতে অন্যান্য পৰম্পৰাগত খাদ্য সামগ্ৰী । যদি আপুনি কাশ্মীৰৰ চাদৰ ক্ৰয় কৰিব বিচাৰে তেন্তে আপুনি TV9 ফেষ্টিভেল অৱ ইণ্ডিয়ালৈ আহিব লাগিব ।

Twitter
2 / 8'TV9 ফেষ্টিভেল অৱ ইণ্ডিয়া'ত এইবাৰ কোৰিয়ান গহনাও উপলব্ধ হৈছে । TV9 ফেষ্টিভেল অৱ ইণ্ডিয়াৰ ষ্ট’ৰ পৰা আপুনি কোৰিয়ান গহনা ক্ৰয় কৰিব পাৰিব ।

'TV9 ফেষ্টিভেল অৱ ইণ্ডিয়া'ত এইবাৰ কোৰিয়ান গহনাও উপলব্ধ হৈছে । TV9 ফেষ্টিভেল অৱ ইণ্ডিয়াৰ ষ্ট’ৰ পৰা আপুনি কোৰিয়ান গহনা ক্ৰয় কৰিব পাৰিব ।

Twitter
3 / 8বেংককলৈ নোযোৱাকৈ যদি আপুনি থাইলেণ্ডৰ সামগ্ৰী ক্ৰয় কৰিব বিচাৰে তেন্তে TV9 ফেষ্টিভেল অৱ ইণ্ডিয়ালৈ আহিব পাৰে। থাইলেণ্ডৰ বেগ, প্ৰসাধন সামগ্ৰীৰ লগতে থাইলেণ্ডৰ অন্যান্য সামগ্ৰী TV9 ফেষ্টিভেল অৱ ইণ্ডিয়াত উপলব্ধ হৈছে ।

বেংককলৈ নোযোৱাকৈ যদি আপুনি থাইলেণ্ডৰ সামগ্ৰী ক্ৰয় কৰিব বিচাৰে তেন্তে TV9 ফেষ্টিভেল অৱ ইণ্ডিয়ালৈ আহিব পাৰে। থাইলেণ্ডৰ বেগ, প্ৰসাধন সামগ্ৰীৰ লগতে থাইলেণ্ডৰ অন্যান্য সামগ্ৰী TV9 ফেষ্টিভেল অৱ ইণ্ডিয়াত উপলব্ধ হৈছে ।

4 / 8

TV9 ফেষ্টিভেল অৱ ইণ্ডিয়াত আফগানিস্তানৰ বিপনীও দেখা গৈছে । এই বিপনীৰ পৰা আপুনি শিলৰ ফুলদানি আৰু অন্যান্য ঘৰুৱা সামগ্ৰী ক্ৰয় কৰিব পাৰিব ।

5 / 8

কেৱল এয়াই নহয় বাংলাদেশৰ বিপনীও এই ফেষ্টিভেল অৱ ইণ্ডিয়াত দেখা পাব । য'ত আপুনি বাংলাদেশৰ জনপ্ৰিয় শাড়ী ক্ৰয় কৰিব পাৰিব ।

6 / 8

ইয়াৰ সমান্তৰালভাৱে হায়দৰাবাদৰ বিখ্যাত মুকুতাৰ গহনাও TV9 ফেষ্টিভেল অৱ ইণ্ডিয়াত উপলব্ধ হৈছে ।

7 / 8

যদি আপুনি তুৰস্কৰ বিখ্যাত বাকলাভা পেষ্ট্ৰি খাব বিচাৰে তেন্তে TV9 ফেষ্টিভেল অৱ ইণ্ডিয়ালৈ আহিব লাগিব ।

8 / 8

ইফালে TV9 ফেষ্টিভেল অৱ ইণ্ডিয়ালৈ আহিলে আপুনি বিদেশৰ খাদ্য, ফলমূলৰ সোৱাদ লোৱাৰো অভিজ্ঞতা লাভ কৰিব । TV9 ফেষ্টিভেল অৱ ইণ্ডিয়াত থকা ইৰাণৰ ষ্টলত উপলব্ধ হৈছে সুস্বাদু খেজুৰ। এই বিপনীৰ পৰা আপুনি গহনাও ক্ৰয় কৰিব পাৰিব ।

আমলখি খালে কি কি উপকাৰ হয় জানেনে?
১৬ আগষ্ট নে ১৪ ছেপ্টেম্বৰ, অসমত জন্মাষ্টমীত কোনদিনা বিদ্যালয় বন্ধ থাকিব?
জন্মাষ্টমীত আঁতৰিব সকলো অপায়-অমংগল, মাথোঁ কৰক এইকেইটা কাম
দেশৰ স্বাধীনতাৰ সৈতে জড়িত অসমৰ ইতিহাসৰ এইসমূহ তথ্য জানেনে আপুনি?