পূজাৰ আনন্দৰ মাজতে ৰাজ্যত ধাৰাসাৰ বৰষুণ! ১৮খনকৈ জিলাত Yellow Alert জাৰি বতৰ বিজ্ঞান বিভাগৰ | durga puja 2024 Assam Weather Update rainfall Yellow Alert by IMD Assam news - Assam Tv9

পূজাৰ আনন্দৰ মাজতে ৰাজ্যত ধাৰাসাৰ বৰষুণ! ১৮খনকৈ জিলাত Yellow Alert জাৰি বতৰ বিজ্ঞান বিভাগৰ

Updated On: 

10 Oct 2024 13:07 PM

দুৰ্গা পূজাৰ আনন্দত বতৰৰ বিধি পথালি, ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ বৰষুণ, ধুমুহা, বজ্ৰপাত। আগন্তুক ৪ দিন বতৰ সেমেকা হৈ থকাৰ সতৰ্কবাণী IMDৰ

1 / 5মহানগৰতো দুৰ্গা পূজাক লৈ ব্যাপক উৎসাহ দেখা গ'ল ভক্তৰ মাজত। আটকধুনীয়াকৈ নিৰ্মাণ কৰা পূজা মণ্ডপসমূহে আকৰ্ষণ কৰিলে সকলোৰে মন।

মহানগৰতো দুৰ্গা পূজাক লৈ ব্যাপক উৎসাহ দেখা গ'ল ভক্তৰ মাজত। আটকধুনীয়াকৈ নিৰ্মাণ কৰা পূজা মণ্ডপসমূহে আকৰ্ষণ কৰিলে সকলোৰে মন।

2 / 5

আজি ৰাজ্যৰ ১৮খনকৈ জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

3 / 5

দক্ষিণ শালমাৰা, ধুবুৰী, বঙাইগাঁও, বৰপেটা,নলবাৰী, কামৰূপ(গ্ৰাম্য), কামৰূপ(মহানগৰ), পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং জিলাত আজি Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

4 / 5

নগাঁও, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, গোলাঘাট, মাজুলী, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া জিলাত আজি Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

5 / 5

ইফালে পূজাৰ বতৰতে নাৰায়ণপুৰত বানৰ ভয়ংকৰ ৰূপ। দিহিৰি নদীৰ বানত প্লাবিত বিস্তীৰ্ণ অঞ্চল। অঞ্চলটোৰ কেইবাটাও বাসগৃহ পানীৰ তলত। হাহাকাৰ অৱস্থা ৰাইজ।

নিশা আহাৰ গ্ৰহণৰ পিছত কৰক এই ৪টা বিশেষ কাম, আপোনাৰ ওজন হ্ৰাসৰ চেষ্টা হ’ব সফল
গুপ্তাংগৰ সংক্ৰমণ হ'লে কি কি সমস্যাই দেখা দিয়ে? জানক কেনেকৈ দূৰ কৰিব এই সমস্যা
ছাল সতেজ আৰু উজ্জ্বল কৰে জলফাই, আপুনি জানেনে জলফাইৰ উপকাৰিতাৰ বিষয়ে?
খোৱাৰ পিছত পেটৰ সমস্যা? এই ঘৰুৱা উপায়ৰে তৎক্ষণাত উপশম পাব
বৰদিন উদযাপন মন্ত্ৰী অতুল বৰাৰ
ন্যায় বিচাৰি জুবিন ক্ষেত্ৰলৈ দৌৰ...
বৈভৱ সূৰ্যবংশীলৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ...
পশ্চিম কাৰ্বি আংলঙত সেনা-আৰক্ষীৰ ফ্লেগ মাৰ্চ...