Roi Roi Binale Box Office Collection: 'ৰৈ ৰৈ বিনালে'ৰ অভিলেখ, প্ৰথম দিনটোত কিমান উপাৰ্জন কৰিলে জানেনে? | Do you know how much the 'Roi Roi Binale' record, made on the first day? Assam news - Assam Tv9

Roi Roi Binale Box Office Collection: ‘ৰৈ ৰৈ বিনালে’ৰ অভিলেখ, প্ৰথম দিনটোত কিমান উপাৰ্জন কৰিলে জানেনে?

Published: 

01 Nov 2025 18:51 PM

মুক্তিৰ প্ৰথম দিনা সমগ্ৰ দেশত প্ৰদৰ্শিত হৈছিল ছবিখনৰ ৮০০ দৰ্শনী। ৰাজ্যৰ ৯২ টা হলত ৬০০ দৰ্শনী অনুষ্ঠিত হয়। অভিলেখ সৃষ্টিৰে পুৱতি নিশাৰে পৰা আৰম্ভ হৈছিল 'ৰৈ ৰৈ বিনালে'ৰ প্ৰথম দৰ্শনী।

1 / 5শুকুৰবাৰে মুক্তি পালে জুবিন গাৰ্গৰ ‘ৰৈ ৰৈ বিনালে’। এইখন আছিল জুবিনৰ সপোনৰ ছবি। মুক্তিৰ দিনাই অসমীয়া ছবিৰ বুৰঞ্জীত ইতিহাসৰ নতুন পাতনি মেলিলে জুবিন গাৰ্গ অভিনীত ‘ৰৈ ৰৈ বিনালে’।

শুকুৰবাৰে মুক্তি পালে জুবিন গাৰ্গৰ ‘ৰৈ ৰৈ বিনালে’। এইখন আছিল জুবিনৰ সপোনৰ ছবি। মুক্তিৰ দিনাই অসমীয়া ছবিৰ বুৰঞ্জীত ইতিহাসৰ নতুন পাতনি মেলিলে জুবিন গাৰ্গ অভিনীত ‘ৰৈ ৰৈ বিনালে’।

2 / 5

মুক্তিৰ প্ৰথম দিনা সমগ্ৰ দেশত প্ৰদৰ্শিত হৈছিল ছবিখনৰ ৮০০ দৰ্শনী। ৰাজ্যৰ ৯২ টা হলত ৬০০ দৰ্শনী হয়। অভিলেখ সৃষ্টিৰে পুৱতি নিশাৰে পৰা আৰম্ভ হয় দৰ্শনী।

3 / 5

শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈ সকলোৱে আহিছে অন্তিমবাৰৰ বাবে জুবনিৰ অভিনয় ৰূপালী পৰ্দাত চাবলৈ। মুক্তিৰ দ্বিতীয় দিনাও একেই অভিলেখ সংখ্যক দৰ্শক আৰু দৰ্শনীৰে দ্বিতীয় দিনাও একেই উৎসাহ ৰাইজৰ।

4 / 5

মুক্তিৰ প্ৰথম দিনটোতেই বক্স অফিচত কিমান টকা সংগ্ৰহ হৈছে জানেনে? ৰৈ ৰৈ বিনালে'ৰ প্ৰথম দিনাৰ BOX OFFICE কালেকশ্যন হৈছে ২.৫০ কোটি টকা।

5 / 5

এতিয়া সকলো ছবিপ্ৰেমীৰ বিশ্বাস যে এই ছবিখনে অসমীয়া ছবিজগতৰ সৰ্বকালৰ ৰেকৰ্ড ভংগ কৰিব। জুবিন গাৰ্গে বিচাৰিছিলে অসমীয়া ছবিজগতক আৰু অসমীয়া ছবিক সমগ্ৰ বিশ্বই জানক, যিটো জুবিনে মৃত্যুৰ পিছটো প্ৰমাণ কৰি দিছে।

প্ৰতিদিনে খাওক ডালিম, ৰক্তহীনতাৰপৰা পাচনতন্ত্ৰৰ সমস্যা হ'ব নিৰাময়!
ভৰি ফুলা, ছালৰ খজুৱতি, অনিদ্ৰা... এয়া কি ৰোগৰ ইংগিত?
ফেন, তেজ...বৃক্ক বিকল হ'লে প্ৰস্ৰাৱত দেখা দিয়ে এইসমূহ লক্ষণ, জানক
দূৰ হ'ব আৰ্থিক সমস্যা, আহিব সফলতা! মাত্ৰ ঘৰত ৰাখক এই ৫ বিধ বস্তু...
বৃন্দাবনী বস্ত্ৰ বৰপেটালৈ অনা সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে?
ৰাইজে যে কংগ্ৰেছক মাতিব তাৰ কোনো সম্ভাৱনা নাইঃ মুখ্যমন্ত্ৰী
বৰপেটাতো হব বৃহৎ উচ্ছেদঃ মুখ্যমন্ত্ৰী
দুৰ্বল নেকি জুবিন গাৰ্গৰ চাৰ্জশ্বীট? কি ক'লে মুখ্যমন্ত্ৰীয়ে...