গুৱাহাটীত ৰাহুল গান্ধী, মল্লিকাৰ্জুন খৰ্গে, বিমানবন্দৰত দুই কংগ্ৰেছ নেতাক উষ্ম আদৰণি | Congress leaders Mallikarjun Kharge, Rahul Gandhi arrive in Guwahati On Day Long Visit Assam news - Assam Tv9

গুৱাহাটীত ৰাহুল গান্ধী, মল্লিকাৰ্জুন খৰ্গে, বিমানবন্দৰত দুই কংগ্ৰেছ নেতাক উষ্ম আদৰণি

Published: 

16 Jul 2025 | 02:16 PM

গুৱাহাটীত উপস্থিত হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী, মল্লিকাৰ্জুন খাৰ্গে। হোটেল কিৰণশ্ৰীত কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা কমিটীৰে বৈঠক অনুষ্ঠিত হৈছে বৈঠক। অসমীয়াৰ স্বাভিমান গামোচাৰে আদৰণি জনোৱা হল কংগ্ৰেছৰ শীৰ্ষ নেতা দুগৰাকীক।

1 / 5গুৱাহাটীত উপস্থিত হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে । বৰঝাৰত আদৰণি জনায় APCCৰ সভাপতি গৌৰৱ গগৈয়ে।  ৰাহুল গান্ধী  আৰু  মল্লিকাৰ্জুন খাৰ্গেৰ আগমনক লৈ বৰঝাৰ বিমান বন্দৰত উখল মাখল পৰিবেশ ।

গুৱাহাটীত উপস্থিত হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে । বৰঝাৰত আদৰণি জনায় APCCৰ সভাপতি গৌৰৱ গগৈয়ে। ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেৰ আগমনক লৈ বৰঝাৰ বিমান বন্দৰত উখল মাখল পৰিবেশ ।

2 / 5

অসমীয়াৰ স্বাভিমান গামোচাৰে আদৰণি জনোৱা হল কংগ্ৰেছৰ শীৰ্ষ নেতা দুগৰাকীক। জাতি-জনগোষ্ঠীয় গীত-নৃত্যৰে আদৰা হ'ল ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেক।

3 / 5

বিমান বন্দৰৰ পৰা পোনে পোনে কিৰণশ্ৰী হোটেলত উপস্থিত হয় কংগ্ৰেছৰ দুই শীৰ্ষ নেতা। হোটেলত অনুষ্ঠিত হৈছে কংগ্ৰেছৰ PAC আৰু জ্যেষ্ঠ নেতাৰ সৈতে সতীৰ্থ সম্মিলন।

4 / 5

বৈঠকত অংশগ্ৰহণ কৰিছে দলৰ আটাইকেইগৰাকী বিধায়ক, সাংসদ তথা জিলা সভাপতিয়ে। PAC বৈঠকৰ পিছতে অনুষ্ঠিত হ'ব বিভিন্ন জাতি জনগোষ্ঠীয় নেতাৰ সৈতে মত-বিনিময়।

5 / 5

ৰাহুল গান্ধী অসমলৈ অহাৰ দিনাই গৌৰৱ গগৈৰ ডাঙৰ মন্তব্য। সংখ্যালঘুৰ নিৰাপত্তাৰ বাবে এইবাৰ যুঁজ এখন হ'ব। সংখ্যালঘুৰ আৱেগ আৰু স্বাভিমানৰ বাবে যুঁজ দিব কংগ্ৰেছ দলে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...