চুম্বন কৰাৰ চেষ্টা কৰিছিল পৰিচালকে, কিন্তু তাৰ পিছত হ'ল এয়া! | Bigg boss 19's Malti Chahar shares disturbing casting couch incident Assam news - Assam Tv9

চুম্বন কৰাৰ চেষ্টা কৰিছিল পৰিচালকে, কিন্তু তাৰ পিছত হ’ল এয়া!

Published: 

21 Dec 2025 19:53 PM

Malti Chahar On Casting Couch: বিগ বছ ১৯ৰ প্ৰাক্তন প্ৰতিযোগী মালতী চহৰে এক ডাঙৰ কথা প্ৰকাশকৰিছে। কাষ্টিং কাউচৰ কথা কওঁতে তেওঁ কয় যে এবাৰ এজন পৰিচালকে তেওঁক চুম্বন কৰাৰ চেষ্টা কৰিছিল। সেই পৰিচালকজনক তেওঁৰ পিতৃৰ বয়সৰ আছিল।

1 / 7Malti Chahar On Casting Couch: ক্ৰিকেটাৰ দীপক চহৰৰ ভগ্নী মালতী চহৰে চলমান খানৰ ৰিয়েলিটি শ্ব' "বিগ বছ ১৯"ত শিৰোনাম দখল কৰে। শ্ব’টো অফ এয়াৰ হোৱাৰ পিছতো তেওঁৰ চৰ্চা অব্যাহত আছে।

Malti Chahar On Casting Couch: ক্ৰিকেটাৰ দীপক চহৰৰ ভগ্নী মালতী চহৰে চলমান খানৰ ৰিয়েলিটি শ্ব' "বিগ বছ ১৯"ত শিৰোনাম দখল কৰে। শ্ব’টো অফ এয়াৰ হোৱাৰ পিছতো তেওঁৰ চৰ্চা অব্যাহত আছে।

2 / 7

শেহতীয়াকৈ এক সাক্ষাৎকাৰত মালতীয়ে এক চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে। তেওঁ প্ৰকাশ কৰে যে কেনেকৈ কাষ্টিং কাউচৰ বলি হৈছিল। এজন পৰিচালকে মালতীক চুমা খাবলৈ চেষ্টা কৰিছিল।

3 / 7

শেহতীয়াকৈ সিদ্ধাৰ্থ কান্ননৰ সৈতে হোৱা এক বাৰ্তালাপত মালতীয়ে প্ৰকাশ কৰে যে তেওঁ এজন পৰিচালকৰ সৈতে এটা প্ৰজেক্টত কাম কৰিছিল আৰু প্ৰজেক্টটোৰ সন্দৰ্ভত তেওঁৰ সৈতে সঘনাই সাক্ষাৎ কৰিব লগা হৈছিল।

4 / 7

মালতীয়ে কয় যে, কাম শেষ হোৱাক পিছত পৰিচালকজনে চাইড হাগ এটা দিলে। তেওঁ মালতীৰ ওঁঠত চুমা খাবলৈ চেষ্টা কৰিলে।

5 / 7

মালতীয়ে কয় যে পৰিচালকজনক তেওঁ পিতৃৰ দৰে গণ্য কৰিছিল। তেওঁ বয়সীয়াল আছিল। লগতে কয় যে সেই ঘটনাৰ পিছত তেওঁক আৰু কেতিয়াও লগ পোৱা নাই।

6 / 7

মালতীয়ে ক’লে যে সেই ঘটনাৰ পৰাই গম পালে যে সকলোৰে পৰা সাৱধান হ’ব লাগে, কাৰণ কেতিয়াও ভবা নাছিল যে এজন বৃদ্ধ ব্যক্তিয়ে এনেকুৱা কাম কৰিব পাৰে।

7 / 7

অৱশ্যে বিগ বছ ১৯ত মালতীৰ যাত্ৰা আৰম্ভ হৈছিল ৱাইল্ড কাৰ্ড প্ৰতিযোগী হিচাপে। শীৰ্ষ ছয়ত স্থান লাভ কৰাৰ পিছত বাহিৰ হ’ল। গৌৰৱ খান্নাই ট্ৰফী লাভ কৰে।

শক্তিশালী হ'বলৈ খাওক নহৰু, দুই ফুটা নহৰুৱে দূৰ কৰিব সকলো সমস্যা!
বয়সৰ চাপ হ্ৰাস কৰে ফুলকবিয়ে! জানক কি কি ৰোগৰ বাবে উপকাৰী এইবিধ পাচলি
মগজুৰ বাবে অতি উপকাৰী এইসমূহ শাক-পাচলি, বৃদ্ধি পাব স্মৃতিশক্তি-একাগ্ৰতা
ঘৰৰ ভিতৰত মানি প্লাণ্ট ৰাখিলে সচাঁকৈ টকা আহে নেকি? কি হয় জানক...
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা
‘মিছ গ্ল’বেল এছিয়া ২০২৫’ৰ খিতাপ অৰ্জন ষ্টেফী গগৈৰ
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...